মালয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মালয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 3,64,871 প্ৰবন্ধ আছে।

Favicon of Wikipedia মালয় ৱিকিপিডিয়া
Wikipedia-logo-v2-ms.svg
ইউ আৰ এল ms.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা মালয়
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

2023 চনৰ মালয় ৱিকিপিডিয়া'ৰ 3,64,871 প্ৰবন্ধ, 3,14,000 সম্পাদক, 16 প্ৰশাসক আৰু 19,010 ফাইল আছে। মোট সম্পাদনা সংখ্যা 58,36,731।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

মালয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক