মা-কচম
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মা-কচম অভিজিত ভট্টাচাৰ্যই ৰচনা-পৰিচালনা কৰা বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
সম্পাদনা কৰকযতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা আদি।
কাহিনী
সম্পাদনা কৰকযতীন বৰাই এজন গাড়ীৰ ড্ৰাইভাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। নায়কৰ উপাৰ্জনেৰে চলিছিল মাক আৰু তিনিজন ভায়েকৰ পৰিয়ালটো। নায়কে পৰিয়ালটোক সুখত ৰাখিবলৈ দিনৰ দিনটো কষ্ট কৰে। কিন্তু পৰিয়ালৰ কোনেও নায়কক ভাল নাপায়। ড্ৰাইভাৰ কাৰণে নিজৰ দাদা বুলি ক’বলৈ লাজ পায়। সকলো কথা মা-কচমেৰে আৰম্ভ কৰা নায়কে কাহিনীৰ পাক চক্ৰত এদিন গম পায় তাৰ মাকজনী তাৰ নিজৰ মাক নহয়। তাৰপাছত নায়কৰ জীৱনলৈ অহা ঘাত-প্ৰতিঘাতেৰে নাটকখনৰ কাহিনীভাগ আগবাঢ়িছে।