মিচৰীয় আৰবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মিচৰীয় আৰবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৬,৬৫৩ প্ৰবন্ধ আছে।

উপলব্ধ ভাষা মিচৰীয় আৰবী ভাষা
বাণিজ্যিক নহয়

পৰিসংখ্যাসম্পাদনা কৰক

২০২০ চনত মিচৰীয় আৰবী ৱিকিপিডিয়াৰ ১৬,৬৫৩ টা প্ৰবন্ধ, ৮৬,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১,৪৬০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,০৭,৪৬৭।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

মিচৰীয় আৰবী ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক