ৱিকিপত্ৰিকা অসমীয়া ৱিকিপিডিয়াৰ দাপোণ। এই পত্ৰিকাখনৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।