মুছলিম
মুছলিম (বা মুছলমান,আৰবী:مسلم-অৰ্থঃ আত্মসমৰ্পণ,অনুগত)[1] হ'ল সেইজন লোক যিয়ে নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে। [2] কিন্তু বৰ্তমানে মুছলিম বুলিলে সাধাৰণতে ইছলাম ধৰ্মাৱলম্বীসকলকেই বুজোৱা হয়।
চৰ্তসমূহসম্পাদনা কৰক
১, এক আল্লৰ ওপৰত বিশ্বাস
২. ১ম কালেমা - লা ইলাহা ইল্লাাহু, মহাম্মাদুৰ ৰাছুুলউল্লাহ
৩. দিনত পাচঁবাৰ নামাজ পৰ্াহ
ভাগসমূহসম্পাদনা কৰক
মুছলিমসকল কিছু ভাগত বিভক্ত। সেইবোৰৰ ভিতৰত প্ৰধান ভাগ দুটা হ'লঃ
লগতে চাওকসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত মুছলিম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Islamic directory for Muslims Find Muslim Owned businesses, Masjids (Mosques) and Islamic Centers all over the world.
- Muslim Population in Countries with different Alphabets
তথ্য সূত্ৰসম্পাদনা কৰক
- ↑ bdword.com: 'মুচলিম' শব্দটো 'ইছলাম'ৰ সক্ৰিয় কৃদান্ত পদ(Active Participle)ৰ একেই ক্ৰিয়াৰ বিশেষ্য(Verbal Noun). (মুছলিম
- ↑ http://quranerkotha.com/pdf/