মেৰা পিঠা
একপ্ৰকাৰৰ পিঠা
মেৰা বা দাউল্লাহ[1] হৈছে এক প্ৰকাৰৰ শীতকালীন পিঠা যি বাংলাদেশত[2][3] বিশেষকৈ চিলেট আৰু বৃহত্তৰ ময়মেনসিং[4] আৰু চুবুৰীয়া জিলাত অতি জনপ্ৰিয়।[5] ইয়াক চাউলৰ গুৰি, নিমখ, চেনি, নাৰিকল আদিৰে তৈয়াৰ কৰা হয়। কিছুমান ক্ষেত্ৰত ইয়াক গোটেই পিঠা বা ভাপ তৈয়াৰ কৰা চান্নাই বুলিও কোৱা হয়।
অন্য নাম | দৌল্লা, চুৱা পিঠা, গুৰগুৰিয়া, গোটা পিঠা |
---|---|
প্ৰকাৰ | পিঠা |
উৎপত্তিৰ স্থান | বাংলাদেশ |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | বাংলাদেশী |
পৰিবেশনৰ উষ্ণতা | মাংসৰ আঞ্জা, গুড়ৰ সৈতে পৰিৱেশন কৰা হয় |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "দোল্লা পিঠা" (en ভাষাত). Women's Corner. 1580763489. http://www.womenscorner.com.bd/recipe/article/6739/দোল্লা-পিঠা। আহৰণ কৰা হৈছে: 2021-04-06.
- ↑ "MERA PITHA – BANGLADESHI STEAMED RICE DUMPLING". January 5, 2015. https://withaspin.com/2015/01/05/mera-pitha/.
- ↑ "Tasnuva lslam Tithi দ্বাৰা ম্যাৰা পিঠা ৰেসিপি" (bn ভাষাত). কুকপ্যাড. https://cookpad.com/in-bn/recipes/14168203-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B0%E0%A6%BE-%E0%A6%AA%E0%A6%BF%E0%A6%A0%E0%A6%BE। আহৰণ কৰা হৈছে: 2021-04-06.
- ↑ "কুড়মুড়ে ম্যাৰা পিঠা!" (bn ভাষাত). Bangla Tribune. https://www.banglatribune.com/177651/%E0%A6%95%E0%A7%81%E0%A7%9C%E0%A6%AE%E0%A7%81%E0%A7%9C%E0%A7%87-%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B0%E0%A6%BE-%E0%A6%AA%E0%A6%BF%E0%A6%A0%E0%A6%BE। আহৰণ কৰা হৈছে: 2021-04-06.
- ↑ গৰম গৰম পিঠা[সংযোগবিহীন উৎস]