মৈথিলী ৱিকিপিডিয়া
ৱিকিপিডিয়াৰ মৈথিলী ভাষাৰ সংস্কৰণ
মৈথিলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মৈথিলী ভাষাৰ সংস্কৰণ। ২০১৪ চনৰ ৬ নৱেম্বৰত এই ছাইটটো মুকলি কৰা হৈছিল।[1] ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৪,১৩৬ টা প্ৰবন্ধ আছে। ৱিকিপিডিয়াত মৈথিলী ভাষাৰ প্ৰবন্ধ দেৱনাগৰী লিপিৰে লিখা হয়।[2] মৈথিলী হ'ল ভাৰতৰ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত ভাৰত-আৰ্য ভাষা আৰু ই ভাৰতীয় স্বীকৃতিপ্ৰাপ্ত ২২ টা ভাষাৰ ভিতৰত অন্যতম।[3][4][5] তাৰোপৰি এই ভাষা নেপালৰ পূব তৰাইতো প্ৰচলিত আৰু নেপালৰ দ্বিতীয় প্ৰচলিত ভাষা তথা নেপালৰ ১২২ টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ ভিতৰত অন্যতম।[6][7]
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | মৈথিলী ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | mai.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
ইতিহাস
সম্পাদনা কৰক২০০৮ চনৰ পৰাই মৈথিলী ভাষাৰ ৱিকিপিডিয়া সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়।[1][8]
ব্যৱহাৰকাৰী আৰু সম্পাদক
সম্পাদনা কৰকNumber of user accounts | Number of articles | Number of files | Number of administrators |
---|---|---|---|
15016 | 14136 | 120 | 5 |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 थारु, बुनु. "जनकपुरका युवा जसले मैथिली विकिपिडियाको सुरुवात गरे" (ne ভাষাত). eKantipur. https://ekantipur.com/feature/2021/01/26/161167080558668870.html.
- ↑ Yadava, Y. P. (2013). Linguistic context and language endangerment in Nepal. Nepalese Linguistics 28 Archived 3 March 2016 at the Wayback Machine: 262–274.
- ↑ "Archived copy". http://mha.nic.in/hindi/sites/upload_files/mhahindi/files/pdf/Eighth_Schedule.pdf। আহৰণ কৰা হৈছে: 2018-08-23.
- ↑ "Prakash Javadekar likely to call meeting of experts to promote Maithili script - मैथिली लिपि को बढ़ावा देने के लिए विशेषज्ञों की जल्द ही बैठक बुला सकते हैं प्रकाश जावड़ेकर". https://khabar.ndtv.com/news/india/prakash-javadekar-likely-to-call-meeting-of-experts-to-promote-maithili-script-1826774। আহৰণ কৰা হৈছে: 2018-03-21.
- ↑ "मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा". https://m.livehindustan.com/jharkhand/story-maithili-will-get-second-state-language-status-in-jharkhand-1835624.html.
- ↑ "Nepal" (en ভাষাত). Ethnologue. https://www.ethnologue.com/country/NP/languages.
- ↑ Sah, K. K. (2013). "Some perspectives on Maithili". Nepalese Linguistics (28): 179–188.
- ↑ जोशी, यज्ञराज (3 June 2019). "मैथिली विकिपिडिया स्थापना गरेर जो विश्वका १८ योगदानकर्ताभित्र छानिए" (Nepali ভাষাত). nepalkhabar. https://nepalkhabar.com/society/50111-2021-02-13-13-23-59.
- ↑ "List of Wikipedias". Wikimedia Foundation. https://meta.wikimedia.org/wiki/List_of_Wikipedias। আহৰণ কৰা হৈছে: April 26, 2022.