মৌলবাদ
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
কোনোবাই যদি ভাল ডাক্তৰ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কাৰ্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হ'ব লাগিব ঔষধি জগতৰ একনিষ্ঠ মৌলবাদী। অৰ্থাৎ তেওঁ হব লাগিব মৌলবাদী ডাক্তৰ। একেইভাবে কোনোবাই যদি গণিতজ্ঞ বা গণিতবিদ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব পৰা হ'ব লাগিব আৰু একাগ্ৰ মনোযোগেৰে অনুশীলনী চলাব লাগিব গণিতৰ মূল সূত্ৰৰ ওপৰত। অৰ্থাৎ তাক হ'ব লাগিব গণিত শাস্ত্ৰৰ মৌলবাদী। একেইভাবে কোনোবাই যদি বিজ্ঞানী হ'ব খুজে তেতিয়াহ'লে তাক জানি ল'ব লাগিব, বুজিব লাগিব আৰু গভীৰ গবেষণাত নিমগ্ন হৈ অনুশীলনী চলাব লাগিব বিজ্ঞান মৌলতত্ত্ব ও মূল সূত্ৰসমূহৰ ওপৰত। অৰ্থাৎ তাক হ'ব লাগিব বিজ্ঞান জগতৰ মৌলবাদী।