মৌলিক সংখ্যা (ইংৰাজী: prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপাদক আছে- ১ আৰু সেই সংখ্যাটো নিজেই।

১-১০০ লৈকে মৌলিক সংখ্যা ২৫ টা সম্পাদনা কৰক

প্ৰথম ২৫টা মৌলিক সংখ্যা হ'লঃ ২, ৩, ৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৩১, ৩৭, ৪১, ৪৩, ৪৭, ৫৩, ৫৯, ৬১, ৬৭, ৭১, ৭৩, ৭৯, ৮৩, ৮৯, ৯৭।

১-১০০ লৈকে মৌলিক সংখ্যাৰ যোগফল ১০৬০। ১-১০ লৈকে মৌলিক সংখ্যা ৪ টা।

মৌলিক সংখ্যা বাহিৰ কৰাৰ পদ্ধতি সম্পাদনা কৰক

২ ক বাদ দি আটাইবোৰ মৌলিক সংখ্যাই হৈছে অযুগ্ম। যিবোৰ অযুগ্ম সংখ্যা ১ আৰু নিজৰ বাহিৰে আন সংখ্যাৰে বিভাজ্য নহয় সেইবোৰেই হৈছে মৌলিক সংখ্যা।

তথ্য সংগ্ৰহ সম্পাদনা কৰক