{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Dischidia|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

যখিনী মোনা বা শংকৰ মোনা (ইংৰাজী: Malayan urn vine) বা ডিচচিডিয়া মেজৰ (বৈজ্ঞানিক নাম: Dischidia major), ডিচচিডিয়া প্ৰজাতিৰ এবিধ পৰাশ্ৰয়ী উদ্ভিদ। এই উদ্ভিদবিধে বিশেষধৰণে পৰিৱৰ্তিত পাত ধাৰণ কৰে আৰু এই পাতসমূহত ডলিকোডেৰিনে পৰিয়ালকে ধৰি বিভিন্ন জাতৰ পৰুৱাই বাস কৰে। ইয়াৰ বিনিময়ত উদ্ভিদজোপাই বৰ্দ্ধিত মাত্ৰাৰ কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন লাভ কৰে আৰু বিষাক্ত প্ৰাণী আৰু উদ্ভিদৰ পৰা কিছু পৰিমাণে সুৰক্ষা লাভ কৰে।[1] ই পাৰস্পৰিকতাবাদৰ এক অন্যতম বৈশিষ্ট্য আৰু ইয়াক myrmecophily বুলি জনা যায়। সমগ্ৰ উদ্ভিদ জগততে ই ব্যাপক আৰু স্পষ্টভাৱে পৰুৱা আৰু উদ্ভিদ উভয়ৰে বাবে যথেষ্ট উপকাৰী।[2]

যখিনী মোনা
Plate 142 from Plantae Asiaticae Rariores
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Dischidia
প্ৰজাতি: D. major
দ্বৈৰাশিক নামকৰণ
Dischidia major
(Vahl) Merr.

যখিনী মোনা গছৰ ঠেঙুলি আৰু ডালৰ চাৰিওফালে থাকে। পচি যোৱা ডালত ইয়াক বেছিকৈ দেখা যায়। ইয়াৰ দুবিধ পাত দেখা যায়। এবিধ প্ৰায় ২ চে.মি. ব্যাসৰ বৃত্তাকাৰ মঙহাল পাত, আৰু ফোঁপোলা, মোনাৰ দৰে ১২ চে.মি. দৈৰ্ঘ্যৰ পাত।[3] মোনাৰ দৰে পাতৰ ওপৰৰ মূৰত এটা খোলা থাকে। পৰুৱাৰ জৈৱিক ধ্বংসাৱশেষ আৰু বৰষুণৰ পানী সময়ৰ লগে লগে ফোঁপোলা অংশটোত জমা হৈ পুষ্টিৰ উৎস প্ৰদান কৰে।[4][5]

ইয়াৰ ডাঙৰ ফুলবোৰ হালধীয়া আৰু সেউজীয়া ৰঙৰ ৰেখাযুক্ত। ইয়াৰ ফল সাধাৰণ শিঙৰ আকৃতিৰ যোৰা ফোলিকলৰে গঠিত। আনহাতে বীজৰ এটা মূৰত ৰেচমী শুঙযুক্ত গুটি থাকে। পৰুৱাই এই বীজ ভিতৰত বাহলৈ লৈ যায় আৰুূদ্ভিদবিধৰ অংকুৰণ আৰু বৃদ্ধিৰ সম্ভাৱনা অধিক কৰি তোলে।

সহায়ক গ্ৰন্থ

সম্পাদনা কৰক
  • The Ecology and Evolution of Ant-Plant Interactions - ভিক্টৰ ৰিকো-গ্ৰে আৰু পাউলো এছ অলিভেইৰা (ইউনিভাৰ্চিটি অৱ চিকাগো প্ৰেছ, ২০০৭)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Absorption of Ant-provided Carbon dioxide and Nitrogen by a Tropical Epiphyte[সংযোগবিহীন উৎস]
  2. Groom, P. (1893), "On Dischidia rafflesiana (Wall.)", Annals of Botany খণ্ড os-7 (2): 223–241, doi:10.1093/aob/os-7.2.223, archived from the original on 2012-07-07, https://archive.today/20120707092359/http://aob.oxfordjournals.org/content/os-7/2/223.extract 
  3. On the Structure of the Ascidia and Stomata of Dischidia rafflesiana Wall.
  4. Weir J. S. (1986). "A reassessment of the relations in Malaysia between ants (Crematogaster) on trees (Leptospermum and Dacrydium) and epiphytes of the genus Dischidia (Asclepiadaceae) including 'ant-plants'". Biological Journal of the Linnean Society খণ্ড 27 (2): 113–132. doi:10.1111/j.1095-8312.1986.tb01729.x. 
  5. Griffith William (1851). "XXI. On the Structure of the Ascidia and Stomata of Dischidia Rafflesiana, Wall.". Transactions of the Linnean Society of London খণ্ড 20 (3): 387–390. doi:10.1111/j.1096-3642.1846.tb00429.x. https://zenodo.org/record/1433102.