যতি-চিন

অসমীয়া ব্যাকৰণ।


আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা (,), দাৰি (।), আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰকে 'যতি-চিহ্ন' বোলা হয়।

বিভিন্ন যতি-চিন সম্পাদনা কৰক

  • কমা (,)
  • চেমিকোলন (;)
  • দাৰি (। )
  • সন্দেহবোধক চিন (?)
  • ভাববোধক চিন (!)
  • প্ৰশ্নবোধক চিন (?)
  • ডেচ্ চিন (_)
  • কোলন ডেচ্ চিন (:-)
  • হাইফেন (-)
  • ঊৰ্ধ্ব কমা (“__”)
  • বন্ধনী চিন
    • চন্দ্ৰ বন্ধনী ( )
    • কুটিল বন্ধনী { }
    • বৰ বন্ধনী [ ]
  • কাপ পো চি (^)
  • লুপ্ত চিন (***)
  • পাদটীকা বা ফুট নোট (*, +)

চিনবোৰৰ ব্যৱহাৰ সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক