যথাৰ্থ অৰ্থবিজ্ঞানে (ইংৰাজী: Positive Economics) বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰে।[1] অৰ্থাৎ যি অৰ্থবিজ্ঞানত বিষয়সমূহ যেনেদৰে থাকে তেনেদৰেই অধ্যয়ন কৰা হয় তাক যথাৰ্থ অৰ্থবিজ্ঞান বোলে। যথাৰ্থ অৰ্থবিজ্ঞানে অৰ্থনৈতিক সিদ্ধান্তসমূহৰ ওপৰত মূল্য বিচাৰ আৰোপ নকৰে। ইয়াৰ লক্ষ্য হৈছে অৰ্থনৈতিক বিষয়সমূহৰ প্ৰকৃত বিৱৰণ প্ৰদান কৰা।


উদাহৰণস্বৰূপে, ‘ভাৰতবৰ্ষ হৈছে অত্যাধিক জনসংখ্যাৰ দেশ’, ‘ভাৰতীয় দৰসূচী বৃদ্ধি পাই আছে’ আদি।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Normative Economics". Business Dictionary. Archived from the original on 14 October 2014. https://web.archive.org/web/20141014151235/http://www.businessdictionary.com/definition/normative-economics.html। আহৰণ কৰা হৈছে: 9 October 2014.