যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ

যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.) (ইংৰাজী: United States Department of Agriculture (USDA)), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত। কৃষকসকলৰ উন্নয়ন, কৃষিৰ উংপাদন আৰু ব্যৱসায়, খাদ্য সুৰক্ষাৰ নিশ্চয়তা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, গ্ৰাম্য সম্প্ৰদায়ৰ উন্নয়ন আৰু ক্ষুদ্ধা নিবাৰণৰ হকে যুক্তৰাষ্ট্ৰ তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰে।

যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ
Seal of the United States Department of Agriculture.svg
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ মোহৰ
Logo of the United States Department of Agriculture.svg
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগৰ লগ
Flag of the United States Department of Agriculture.svg
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগৰ প্ৰতাকা
সংস্থাৰ ৰূপৰেখা
গঠন ১৫ মে', ১৮৬২
কেবিনেট স্থিতি: ১৫ ফেব্ৰুৱাৰী, ১৮৮৯
পূৰ্বৱৰ্তী সংস্থা কৃষি বিভাগ
ক্ষেত্ৰাধিকাৰ ইউ.এছ. ফেডাৰেল চৰকাৰ
মুখ্য কাৰ্যালয় জেমি এল. হোৱাইটেন বিল্ডিং
১৩০১ ইণ্ডিপেন্দেন্স এভিনিউ, এছ.ডব্লিউ., ৱাশ্বিংটন ডি.চি.
38°53′17″N 77°1′48″W / 38.88806°N 77.03°W / 38.88806; -77.03স্থানাংক: 38°53′17″N 77°1′48″W / 38.88806°N 77.03°W / 38.88806; -77.03
কৰ্মচাৰী ১০৫,৭৭৮ (জুন ২০০৭)
বাৰ্ষিক বাজেট US$১৫১ বিলিয়ন (২০১৭)
সংস্থাৰ কাৰ্যবাহী ছনী পেৰ্ডিউ, সচিব
ষ্টিফেন ছেংস্কাই, অতিৰিক্ত সচিব
ৱেবছাইট USDA.gov

বৰ্তমান এই সংস্থাৰ সচিব হৈছে ছনী পেৰ্ডিউ[1]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. মাইকেল লুইছ (নৱেম্বৰ ২০১৭). "Inside Trump's Cruel Campaign Against the U.S.D.A.'s Scientists". VanityFair.com. https://www.vanityfair.com/news/2017/11/usda-food-stamps-school-lunch-trump-administration। আহৰণ কৰা হৈছে: ৬ জুন ২০১৯.