যুগল দাস
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।
জন্ম আৰু প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
তেওঁৰ জন্ম হৈছিল ১৯১০ চনৰ ৩ মে’ত গুৱাহাটীত।
কৰ্মজীৱনসম্পাদনা কৰক
তেখেত “লাচিত বৰফুকন”, “প্ৰতিধবনি” বোলছবিৰ কলা নিদেৰ্শক আছিল।
প্ৰকাশিত গ্ৰন্থসম্পাদনা কৰক
যুগল দাসৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ:
- অসমৰ লোক কলা
- গহণা গাঁথৰি
- পিয়লি ফুকন
- মীৰা বাঈ
- বায়নৰ খোল
তেওঁৰ আত্মজীৱনীখনৰ নাম ৰণস্থলী।