লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। ২০০১-২০০২ বৰ্ষত লখিমপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ বুৰঞ্জী সংকলন সমিতিৰ সম্পাদক হৰিচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰস্তুত "ভাৰতৰ স্বাধীনতা আন্দোলনত উঃ লক্ষীমপুৰৰ ভূমিকা" শীৰ্ষক গ্ৰন্থত এই তালিকা অন্তৰ্ভুক্ত হৈছিল।

ধলপুৰ মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[1] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
অনন্ত কুমাৰ দত্ত নবীন ধলপুৰ
বিপুল দত্ত নবীন ধলপুৰ
গজীন্দ্ৰ কোঁৱৰ ধৰ্ম ৰঙতি
দেবেন্দ্ৰ নাথ চেতিয়া সোণাৰাম ৰঙতি
মহেন্দ্ৰ নাথ হাজৰিকা মনতৰাম ধলপুৰ
থানেশ্বৰ দত্ত কচুৱা
অবিনাশ ঘোষ ধলপুৰ
দয়ানন্দ হাতীবৰুৱা লোকনাথ ৰঙতি
চুলাই বৰপাত্ৰ ৰঙতি
১০ জীৱেশ্বৰ সন্দিকৈ বগাৰাম ৰঙতি
১১ ঋষনাথ কোঁৱৰ শিৱনাথ পিছলাগুৰি
১২ সিন্ধুৰাম খাউণ্ড ৰুদ্ৰাম মিছামৰীয়া
১৩ উপেন্দ্ৰ হাতীবৰুৱা ৰঙতি
১৪ সুমলা সন্দিকৈ জীৱেশ্বৰ ৰঙতি
১৫ প্ৰেমধৰ হাজৰিকা মিছামৰীয়া
১৬ দেহীৰাম বৰা প্ৰিয়ৰাম মিছামৰীয়া
১৭ দূৰ্গাচৰণ কৰ ধলপুৰ
১৮ ৰেৱতী মোহন দে কৈলাশ ধলপুৰ
১৯ পূৰ্ণকান্ত ভট্টাচাৰ্য্য হৰিধন ধলপুৰ
২০ মোলোকা গাওঁবুঢ়া মেৰুলীয়া ধলপুৰ
২১ ৰোষেশ্বৰ বৰা দয়াৰাম ধলপুৰ
২২ গম্ভীৰ দাস ঠানু মিছামৰীয়া
২৩ ফটিক বৰা মিছামৰীয়া
২৪ বাপুৰাম দত্ত (বনবাসী) মিছামৰীয়া
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
২৫ গগন কোঁৱৰ বেজৰ চুক
২৬ কমল বনিয়া সোণেশ্বৰ ধলপুৰ
২৭ কুমাৰ চন্দ্ৰ বৰুৱা কণ্ঠি ধলপুৰ
২৮ মোহন দত্ত ঘিনাৰাম ৰজাবাৰী
২৯ কণ্ঠিৰাম হাজৰিকা মিছামৰীয়া
৩০ লোকেশ্বৰ চেতিয়া মাউতৰ চুক
৩১ তুলেন্দ্ৰ দানহ ডেকা মিছামৰীয়া
৩২ ভোলানাথ কোঁৱৰ বেজৰ চুক
৩৩ গুণাৰাম গগৈ ধেমাগড়
৩৪ চেনিৰাম বনিয়া ধলপুৰ
৩৫ নোমল ভূঞা ভেবেলা লতাবাৰী
৩৬ ভুৱন ভূঞা নাথু লতাবাৰী
৩৭ লোহিত বৰা ধনেশ্বৰ ধলপুৰ
৩৮ শিৱপদ দত্ত হৰিপদ ধলপুৰ
৩৯ বিলৌ হাজৰিকা ধলপুৰ
৪০ প্ৰেমধৰ বৰদলৈ ধলপুৰ
৪১ চন্দ্ৰেশ্বৰ বৰা কচুৱা
৪২ ফুলেশ্বৰ হাজৰিকা নাথু হাৱাজান
৪৩ তিলেশ্বৰ হাতীবৰুৱা লুহাই দগাঁও
৪৪ লকান্ত বৰুৱা গয়াৰাম এৰাপথাৰ
৪৫ তিলেশ্বৰ বৰা সোণাই চুতীয়া গাঁও
৪৬ ঘনশ্যাম বৰা তীখৰ দগাঁও
৪৭ গম্ভীৰ চন্দ্ৰ দাস ফুচুং ধলপুৰ
৪৮ লীলেশ্বৰ শইকীয়া ভেৰেক দকুৱা

খেৰাজখাট মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[2] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৪৯ ভৱকান্ত বৰা মাধৰাম তাতিবাহাৰ
৫০ মুহিৰাম হাজৰিকা তিলেশ্বৰ শ্ৰীভূঞা
৫১ পূৰ্ণকান্ত তামুলী ৰূপৰাম জৰাবাৰী
৫২ বোধেশ্বৰ বৰা যোগাই বৰবৰি
৫৩ গোলোক বৰা কনকেশ্বৰ তাতিবাহাৰ
৫৪ লোকেশ্বৰ কাকতি ৰূপাই বৰবালি
৫৫ কমলেশ্বৰ পাচনি জিউৰাম তাতিবাহাৰ
৫৬ চন্দ্ৰ বৰুৱা জৰাবাৰী
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৫৭ সুৰেন্দ্ৰ বৰা ধৰ্মেশ্বৰ জৰাবাৰী
৫৮ ঘনকান্ত বৰা টংকেশ্বৰ জৰাবাৰী
৫৯ লীলাধৰ বৰা দেৰগঞা গাঁও
৬০ কণ বৰা দেৰগঞা গাঁও
৬১ ঠানু বৰা দেৰগঞা গাঁও
৬২ ভোলাই বৰা দেৰগঞা গাঁও
৬৩ টুনি শইকীয়া দেৰগঞা গাঁও
৬৪ গঙ্গা শইকীয়া দেৰগঞা গাঁও

খেৰাজখাট, ধলপুৰ আৰু নাৰায়ণপুৰ মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[3] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৬৫ ভূধৰ শইকীয়া দেৰগঞা গাঁও
৬৬ লোকাই বৰুৱা দেৰগঞা গাঁও
৬৭ ভোলাৰাম হাজৰিকা দেৰগঞা গাঁও
৬৮ দূৰ্গা বৰা দেৰগঞা গাঁও
৬৯ চন্দ্ৰ বৰুৱা দেৰগঞা গাঁও
৭০ লৱৰাম বৰা দেৰগঞা গাঁও
৭১ ত্ৰাহিৰাম বৰা দেৰগঞা গাঁও
৭২ লক্ষীৰাম বৰা দেৰগঞা গাঁও
৭৩ ৰামেশ্বৰ ভূঞা মাকোৱাৰী
৭৪ কুঞ্জ ভূঞা মাকোৱাৰী
৭৫ তবোৰাম দত্ত মাকোৱাৰী
৭৬ গুণাই কলিতা মাকোৱাৰী
৭৭ শুকুৰা বৰা মাকোৱাৰী
৭৮ মুহিলা বৰা মাকোৱাৰী
৭৯ ধাতুক বৰা জৰাবাৰী
৮০ মোহন হাজৰিকা গোপীনাথ শ্ৰীভূঞা
৮১ দয়ানন্দ বৰা ভৰাম জৰাবাৰী
৮২ ফটিক নাজিৰ দেৰগঞা গাঁও
৮৩ মাটিৰাম বৰা
৮৪ গুণকান্ত বৰা নগঞা
৮৫ সোমেশ্বৰ তামুলী দাধৰা, ধলপুৰ
৮৬ বাপুকণ ফুকন দাধৰা, ধলপুৰ
৮৭ ভীম তামুলী দাধৰা, ধলপুৰ
৮৮ তেলিৰাম ফুকন দাধৰা, ধলপুৰ
৮৯ লম্বোদৰ গোঁহাই দাধৰা, ধলপুৰ
৯০ কান্তিৰাম ফুকন দাধৰা, ধলপুৰ
৯১ গগন কোঁৱৰ যোৰহটীয়া গাঁও
৯২ লৱকান্ত ফুকন মাকোৱাৰী
৯৩ ফণীধৰ ডেকা মাকোৱাৰী
৯৪ তিলেশ্বৰ গগৈ মাকোৱাৰী
৯৫ বোপাৰাম লিগিৰা মাকোৱাৰী
৯৬ ধনীৰাম গগৈ মাকোৱাৰী
৯৭ ৰবিৰাম ডেকা মাকোৱাৰী
৯৮ নবীন লিগিৰা মাকোৱাৰী
৯৯ শুকমল লিগিৰা দাধৰাগাওঁ
১০০ ফটিক চাংমাই দাধৰাগাওঁ
১০১ লোকেশ্বৰ চেতিয়া দাধৰাগাওঁ
১০২ গুণ কোঁৱৰ দাধৰাগাওঁ
১০৩ কণ্ঠিৰাম হাজৰিকা মিছামৰা
১০৪ বোপাৰাম হাজৰিকা মিছামৰা
১০৫ কনকেশ্বৰ বৰুৱা মিছামৰা
১০৬ জীৱেশ্বৰ সন্দিকৈ ৰঙতি
১০৭ সোমেশ্বৰ গগৈ ৰঙতি
১০৮ চুলাই বৰপাত্ৰ ৰঙতি
১০৯ ধৰ্মেশ্বৰ বৰা ৰঙতি
১১০ শোভাৰাম গগৈ ৰঙতি
১১১ কমল চাংমাই ৰঙতি
১১২ বেথাৰাম হাতীবৰুৱা ৰঙতি
১১৩ গোপাল গোহাঁই ৰঙতি
১১৪ জয়ৰাম গগৈ ৰঙতি
১১৫ কলীয়া বৰা ৰঙতি
১১৬ গুণাৰাম গগৈ
১১৭ বাপুকণ চেতিয়া
১১৮ চন্দ্ৰকান্ত সন্দিকৈ
১১৯ পদ্ম দিহিঙ্গীয়া
১২০ পোনা সন্দিকৈ
১২১ হেমোধৰ গন্ধিয়া
১২২ বদন চন্দ্ৰ বৰা
১২৩ কমল দুৱৰা
১২৪ পমা কোঁৱৰ
১২৫ মথৰাম চেতিয়া
১২৬ খীৰেশ্বৰ সন্দিকৈ
১২৭ জিজুৰাম চেতিয়া
১২৮ বোধেশ্বৰ বৰা ভোগাই বৰবাৰী
১২৯ শিৱ কাকতি সাওকুছি
১৩০ নাৰায়ণ হাজৰিকা গৰুবন্ধা গাঁও
১৩১ ধনদা বৰা লক্ষী মাঘনোৱা
১৩২ সোণাৰাম বৰা ভূৰাম সক্ৰাহী
১৩৩ হৰকান্ত ভূঞা সোমেশ্বৰ সাওকুছি
১৩৪ গোলোক বৰা কেঁহোৰাম সাওকুছি
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
১৩৫ সোণাৰাম শইকীয়া সোণাই সাওকুছি
১৩৬ শিৱনাথ হাজৰিকা পুনিৰাম মাধৱপুৰ
১৩৭ চন্দ্ৰনাথ দত্ত ভৰাম তাতিবাহাৰ
১৩৮ ডম্বৰুধৰ কাকতি শিশুৰাম বিহপুৰীয়া
১৩৯ সৰ্বানন্দ ভৰালী কালিৰাম পিছলাগুৰি
১৪০ তুলসী শইকীয়া কণৰাম সাওকুছি
১৪১ প্ৰিয়ৰাম দুৱৰা ত্ৰিলোচন বহুপথাৰ
১৪২ ভুলিৰাম বৰা বিষ্টুৰাম বহুপথাৰ
১৪৩ কানুৰাম কোঁৱৰ নিৰ্মল বহুপথাৰ
১৪৪ দোমাই শইকীয়া হাবিৰাম দুলীয়াপথাৰ
১৪৫ অৰুণ গগৈ হেন্দুৰাম বহুপথাৰ
১৪৬ মহেশ্বৰ বৰুৱা যজ্ঞোৰাম সাওকুছি
১৪৭ কমল চন্দ্ৰ গগৈ পদ্ম হাৰমতি
১৪৮ ঠানুৰাম গগৈ মালভোগ মেৰমুখ
১৪৯ ভৱকান্ত শইকীয়া মালোভোগ দুলীয়াপথাৰ
১৫০ থোলোক দত্ত নোমল দুলীয়াপথাৰ
১৫১ দিল্লীৰাম ভূঞা থোপোৰ পাণবাৰী
১৫২ নন্দেশ্বৰ শইকীয়া পাণবাৰী
১৫৩ খগেন্দ্ৰ নাথ দত্ত বাঞ্চিৰাম চৌদ্ধপুনীয়া
১৫৪ পুণ্যেশ্বৰ শৰ্মা হিৰণ্য চৰাইদলনি
১৫৫ ঘনকান্ত দত্ত প্ৰেমধৰ চৌদ্ধপুনীয়া
১৫৬ বন্তিৰাম চুতীয়া কাচিকটা
১৫৭ ভেকোলা বায়ন টেঙাপথাৰ
১৫৮ সোণেশ্বৰ গগৈ দূৰ্গা হাৰমতি
১৫৯ মনেশ্বৰ গগৈ দূৰ্গা হাৰমতি
১৬০ প্ৰেমনাথ ভূঞা পূৰেশ্বৰ পাণবাৰী
১৬১ গঙ্গাৰাম বৰা বলো দুলীয়াপথাৰ
১৬২ ডম্বৰুধৰ বৰা শলীয়া মাধৱপুৰ
১৬৩ ভালি ওজা পাণবাৰী
১৬৪ দীনেশ মহন্ত সোমেশ্বৰ সাওকুছি
১৬৫ গোপাল বৰা মিঠাৰাম চৰাইদলনি
১৬৬ মাণিক হাজৰিকা বাপুৰাম সাওকুছি
১৬৭ চন্দ্ৰনাথ হাজৰিকা ধনীৰাম সাওকুছি
১৬৮ নাথুৰাম শইকীয়া কিনাৰাম সাওকুছি
১৬৯ নোমল বৰুৱা টুনিৰাম সাওকুছি
১৭০ থানেশ্বৰ শইকীয়া গয়াৰাম দুলীয়াপথাৰ
১৭১ হেমকান্ত হাজৰিকা দুলীয়াপথাৰ
১৭২ ৰোষেশ্বৰ তামুলী চৰাইদলনি
১৭৩ ধৰ্মেশ্বৰ শৰ্মা জয়ৰাম চৰাইদলনি
১৭৪ দ্ৰোণেশ্বৰ শৰ্মা জয়ৰাম চৰাইদলনি
১৭৫ কমল ভূঞা কণৰাম নাৰায়ণপুৰ
১৭৬ জীৱন শইকীয়া শিশুৰাম দুলীয়াপথাৰ
১৭৭ ৰামেশ্বৰ বৰুৱা গুণাৰাম ফান্দিবাৰী
১৭৮ হলিৰাম বৰা পুহাই দুলীয়াপথাৰ
১৭৯ কণ্ঠিৰাম মজুমদাৰ শেনচোৱা
১৮০ নাৰায়ণ ফুকন যজ্ঞোৰাম মেৰমুখ
১৮১ ৰামনাৰায়ণ গোস্বামী মহো মেৰমুখ
১৮২ সৰু ফুকননী কমলা মেৰমুখ
১৮৩ পদুমী দুৱৰা হেমকান্ত বহুপথাৰ
১৮৪ লম্বোদৰ দেউৰী মহেন বৰদেউৰী গাঁও
১৮৫ বংশীধৰ দেউৰী কাকতি বৰদেউৰী গাঁও
১৮৬ ৰজনীকান্ত দেউৰী বৰদেউৰী গাঁও
১৮৭ ৰোষেশ্বৰ হাজৰিকা ভোলাই পাণবাৰী
১৮৮ যজ্ঞোৰাম শইকীয়া বাপীৰাম দুলীয়াপথাৰ
১৮৯ নন্দেশ্বৰ ভূঞা সাওকুছি
১৯০ প্ৰিয়ৰাম দুৱৰা ত্ৰিলোচন বহুপথাৰ
১৯১ বিদূৰ বৰা বহুপথাৰ
১৯২ গোবিন্দ হাজৰিকা চৰাইদলনি
১৯৩ মদন ভূঞা চৰাইদলনি
১৯৪ নিৰ্মলা গোস্বামী প্ৰেম নাৰায়ণপুৰ
১৯৫ চন্দ্ৰ বৰুৱা দেৰগঞা গাঁও
১৯৬ কমল ভূঞা কণ দেৰগঞা গাঁও
১৯৭ ভদ্ৰকান্ত গোস্বামী বেলগুৰি সত্ৰ
১৯৮ বন্টিৰাম চুতীয়া চন্দ্ৰ
১৯৯ ডিম্বেশ্বৰ ফুকন সাৰজান
২০০ দীননাথ দত্ত ঘনকান্ত দকুৱা
২০১ নবীন শৰ্মা বৰবালি
২০২ পুণ্যেশ্বৰ শইকীয়া দুলীয়াপথাৰ
২০৩ কেশৰাম দত্ত বিহপুৰীয়া
২০৪ সৰুৰাম চাংমাই বিহপুৰীয়া

বিহপুৰীয়া আৰু লালুক মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[4] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
২০৫ হৰিচন্দ্ৰ বৰুৱা কমল বদতি জামুগুৰি
২০৬ সূৰ্য্য প্ৰসাদ দশৰথ বিহপুৰীয়া
২০৭ মাণিক শৰ্মা ৰোষেশ্বৰ চিনাতলী গাঁও
২০৮ কামেশ্বৰ বৰা ভদি এলেঙী গাঁও
২০৯ ডম্বৰু হাজৰিকা সভাই কেন্দুগুৰি
২১০ লক্ষীধৰ শৰ্মা সোমনাথ বামুণগাঁও
২১১ ৰত্নেশ্বৰ পূজাৰী ৰমাকান্ত কেন্দুগুৰি
২১২ পুৰ্ণানন্দ বৰা সোণাৰাম দঙিবিল
২১৩ সুৰেন্দ্ৰ নাথ শৰ্মা ধীৰেশ্বৰ বিহপুৰীয়া
২১৪ ডম্বৰুধৰ শইকীয়া আপুৰাম মৰিছাপথাৰ
২১৫ ঈশেশ্বৰ হাজৰিকা যোগাই গোসাঁইপথাৰ
২১৬ দেৱকুমাৰ ভূঞা সভাই পথালিপাহাৰ
২১৭ গুণকান্ত বৰুৱা বুদুৰাম জামুগুৰি
২১৮ জিনাৰাম ভূঞা কাচিকটা
২১৯ চন্দ্ৰমোহন ভৌমিক অনঙ্গ বিহপুৰীয়া
২২০ ৰমণীমোহন শীল ভগৱান বিহপুৰীয়া
২২১ ফণীধৰ বায়ন ভোগপুৰীয়া
২২২ বোপাৰাম শইকীয়া লাহলিয়াল
২২৩ শোভন চন্দ্ৰ শাস্ত্ৰী কমলেশ্বৰ বিহপুৰীয়া
২২৪ পূৰ্ণানন্দ হাজৰিকা ভদৰাম লাহলিয়াল
২২৫ লুবুৰাম দত্ত ২ নং জাপজুপ
২২৬ ভোলানাথ শইকীয়া কেন্দুগুৰি
২২৭ মুনীন্দ্ৰ বৰুৱা চন্দ্ৰেশ্বৰ বিহপুৰীয়া
২২৮ হৰেন্দ্ৰ কুমাৰ ৰাউত দীনবন্ধু বিহপুৰীয়া
২২৯ ক্ষেতেকেশ্বৰ বৰুৱা বানেশ্বৰ ডিক্ৰংঘাট
২৩০ জেউতিৰাম দেউৰী কাচিকটা
২৩১ সোমনাথ শৰ্মা কাচিকটা
২৩২ চন্দ্ৰ কুমাৰ বৰুৱা বলীন্দ্ৰ
২৩৩ শ্ৰীনাথ ভৌমিক অনঙ্গ বিহপুৰীয়া
২৩৪ উপেন্দ্ৰ নাথ বৰা শশী ভোগদৈগুৰি
২৩৫ পূৰ্ণানন্দ হাজৰিকা ভদৰাম পদুমণি
২৩৬ ফণীধৰ বৰা সোণাৰাম কেন্দুগুৰি
২৩৭ যজ্ঞেশ্বৰ পূজাৰী ৰমাকান্ত কেন্দুগুৰি
২৩৮ মধুৰাম বৰুৱা কাতিৰাম ১ নং জাপজুপ
২৩৯ লোকনাথ চক্ৰৱৰ্তী ঋষভেশ্বৰ বিহপুৰীয়া
২৪০ মাতিৰাম শইকীয়া মনপুৰ ভোগদৈগুৰি
২৪১ দেৱেশ্বৰ বৰা বাগিচাগাঁও
২৪২ প্ৰফুল্ল তামুলী গোলাপ গোসাঁইপথাৰ
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
২৪৩ ফণীধৰ লাহন খোলাগুৰি
২৪৪ মণিৰাম বৰা জাপজুপ
২৪৫ মালিৰাম বৰা ৰামনাথ জাপজুপ
২৪৬ নীৰদা বৰুৱা মধুৰাম গৰুবন্ধা
২৪৭ ৰবিৰাম হাজৰিকা বাগিচাগাঁও
২৪৮ জয়ৰাম নেওগ ভোগদৈগুৰি
২৪৯ নিছলা দত্ত কোৱাদঙ্গা
২৫০ নৰেন্দ্ৰ নাথ বৰদলৈ জামুগুৰি
২৫১ কণৰাম শইকীয়া ২ নং জাপজুপ
২৫২ মণিৰাম নেওগ ২ নং জাপজুপ
২৫৩ পোৱাল হাজৰিকা (বেজ) কেন্দুগুৰি
২৫৪ উপেন্দ্ৰ বৰদলৈ
২৫৫ কণ্ঠিৰাম বায়ন পুখুৰীপাৰ
২৫৬ ৰামনাথ বৰুৱা গোসাঁইগাঁও
২৫৭ বিনন্দ চুতীয়া কাচিকটা
২৫৮ স্বৰ্ণলতা দত্ত চন্দ্ৰ তাতিবাহাৰ
২৫৯ নীৰদা হাজৰিকা নাৰায়ণ গৰুবন্ধাগাঁও
২৬০ দময়ন্তী বৰুৱা ৰামনাথ গোসাঁইপথাৰ
২৬১ অমূল্য গোস্বামী লক্ষীকান্ত বিহপুৰীয়া
২৬২ কিৰণবালা গোস্বামী লক্ষীকান্ত জাপজুপ
২৬৩ পদ্ম কাকতি মতি বিহপুৰীয়া
২৬৪ ভীমলাল শৰ্মা দঙিবিল
২৬৫ ডম্বৰু হাজৰিকা ভোগদৈগুৰি
২৬৬ বিষ্ণু বৰা ৰত্নেশ্বৰ বিহপুৰীয়া
২৬৭ গোপাল দাস চন্দ্ৰকুমাৰ বিহপুৰীয়া
২৬৮ হৰেন্দ্ৰ কুমাৰ ৰাউত বিহপুৰীয়া
২৬৯ চন্দ্ৰ মোহন ভৌমিক অনঙ্গ বিহপুৰীয়া
২৭০ সুৰেশ চন্দ্ৰ নাথ অৰ্জুন বিহপুৰীয়া
২৭১ তিলেশ্বৰ ভৰালী কেন্দুগুৰি
২৭২ তুলসী ভূঞা কেন্দুগুৰি
২৭৩ নন্দনাথ দলৈ তনুৰাম বিহপুৰীয়া
২৭৪ পূৰ্ণকান্ত শৰ্মা কমলেশ্বৰ বিহপুৰীয়া
২৭৫ সুৰেন্দ্ৰ নাথ শইকীয়া ধনীৰাম জামুগুৰি
২৭৬ বংশীধৰ বৰুৱা গোসাঁইপথাৰ
২৭৭ সোমনাথ শৰ্মা কাচিকটা
২৭৮ লোকেশ্বৰ চুতীয়া মথুৰা কাচিকটা
২৭৯ সুৰেন্দ্ৰ নাথ বৰুৱা বলিন্দ্ৰ বিহপুৰীয়া

তেলাহী কমলাবৰীয়া মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[5] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
২৮০ মিনকান্ত গোস্বামী জীৱকান্ত ফুকনৰহাট
২৮১ ধনীৰাম গগৈ আহোমগাঁও
২৮২ সিদ্ধেশ্বৰ গগৈ ধনীৰাম কমলাবৰীয়া
২৮৩ টুপেশ্বৰ বৰা কণ কমলাবৰীয়া
২৮৪ তোষেশ্বৰ বৰা কুশৰাম কমলাবৰীয়া
২৮৫ ভোলানাথ দত্ত গতি কমলাবৰীয়া
২৮৬ গাজাধৰ কুৰ্মী মাণিক এঙাৰখোৱা
২৮৭ কান্দ্ৰা উৰাঙ কেটনি হাঁহচোৱা
২৮৮ শইকীয়া কোঁচ অম্বুৰাম এঙাৰখোৱা
২৮৯ হৰিপদ হাজৰিকা সোমনাথ কমলাবৰীয়া
২৯০ শিশুৰাম বৰুৱা নোমল এঙাৰখোৱা
২৯১ হেৰম্ব ফুকন অম্বিকা আহোমগাঁও
২৯২ হেমেশ্বৰী ফুকন স্বাঃ ত্ৰিভুৱন বৰুৱা
২৯৩ তিলক দত্ত ফটিক এঙাৰখোৱা
২৯৪ ৰত্নেশ্বৰ শৰ্মা জয়ৰাম স'লালগাঁও
২৯৫ যোগেশ্বৰ বৰা মিনাৰাম কমলাবৰীয়া
২৯৬ বগানাথ দত্ত লেচাইগাঁও
২৯৭ গোবিন্দ শৰ্মা ভৃগুৰাম স'লাল
২৯৮ সৰুল'ৰা শইকীয়া ৰত্নেশ্বৰ কুমাৰকটা
২৯৯ পদৰাম
৩০০ ডিম্বেশ্বৰ
৩০১ ৰত্নেশ্বৰ কোঁচ (ক'লা)
৩০২ পুহন চন্দ্ৰ কোঁচ
৩০৩ সৰুল'ৰা বৰা
৩০৪ অম্বুৰাম কোঁচ তেৰেকা কমলাবৰীয়া
৩০৫ কমলা ফুকন অম্বিকা আহোমগাঁও
৩০৬ ডম্বুৰাম বৰা কমলাবৰীয়া
৩০৭ সোণেশ্বৰ শইকীয়া কমলাবৰীয়া
৩০৮ ডিম্বেশ্বৰ শইকীয়া কমলাবৰীয়া
৩০৯ ৰত্ন বৰা স'লালগাঁও
৩১০ ডিম্বেশ্বৰ ফুকন স'লালগাঁও
৩১১ দেবেন ফুকন স'লালগাঁও
৩১২ অকণমান কলিতা স'লালগাঁও
৩১৩ লোকনাথ শৰ্মা স'লালগাঁও
৩১৪ লোকেশ্বৰ বৰুৱা পানীগাঁও
৩১৫ ঘনকান্ত দত্ত পানীগাঁও
৩১৬ উমা দাস পানীগাঁও
৩১৭ বলোৰাম দাস পানীগাঁও
৩১৮ বেনুধৰ ভূঞা পানীগাঁও
৩১৯ তোষেশ্বৰ বৰা কমলাবৰীয়া
৩২০ ৰত্নেশ্বৰ বৰা কমলাবৰীয়া
৩২১ কেশৰাম বৰা কমলাবৰীয়া
৩২২ কেশৱ চন্দ্ৰ দত্ত কমলাবৰীয়া
৩২৩ উপেন বৰদলৈ বচাগাঁও
৩২৪ যোগেশ শৰ্মা বচাগাঁও
৩২৫ মুকুন্দ দাস বচাগাঁও
৩২৬ পূৰ্ণ শৰ্মা বচাগাঁও
৩২৭ ভদ্ৰেশ্বৰ (পুখুৰীপৰীয়া) কলিতাগাঁও
৩২৮ অকমাণ দত্ত কলিতাগাওঁ
৩২৯ পুনিৰাম খাউণ্ড ভেৰেকি
৩৩০ কমল চন্দ্ৰ শৰ্মা ধেনুধৰীয়া
৩৩১ সুৰেন বৰা ধেনুধৰীয়া
৩৩২ দীঘলা ডেকা খাৰকাটি
৩৩৩ দোমাই বৰুৱা খাৰকাটি
৩৩৪ তুলসী শইকীয়া খাৰকাটি
৩৩৫ দসীৰাম বৰা খাৰকাটি
৩৩৬ নাৰায়ণ ফুকন স'লালগাঁও
৩৩৭ ভেলাৰাম হাজৰিকা বচাগাঁও
৩৩৮ বংশীধৰ শইকীয়া বচাগাঁও
৩৩৯ বাপুৰাম কোঁচ পানীগাঁও
৩৪১ তুলাই কাকতি পানীগাঁও
৩৪২ সোণেশ্বৰ চেলেং পানীগাঁও
৩৪৩ হোকোৰা কৈৱৰ্ত্ত পানীগাঁও
৩৪৪ হাবিয়াল দাস বচাগাঁও
৩৪৫ আনন্দ দত্ত ধেনুধৰীয়া
৩৪৬ পানুৰাম শৰ্মা বচাগাঁও
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৩৪৭ ভোবোলা দাস বচাগাঁও
৩৪৮ দুতিৰাম শৰ্মা বচাগাঁও
৩৪৯ গোলাপ চন্দ্ৰ কলিতা যজ্ঞোৰাম বচাগাঁও
৩৫০ মোহন শইকীয়া কমলাবৰীয়া
৩৫১ মণিৰাম বৰা এছাৰিখনা
৩৫২ হেম বৰা এছাৰিখনা
৩৫৩ সোণাৰাম দত্ত খাৰকাটি
৩৫৪ গুণ হাজৰিকা খাৰকাটি
৩৫৫ পুনিৰাম খাউণ্ড খাৰকাটি
৩৫৬ সোণাবৰ দাস বচাগাঁও
৩৫৭ মুক্তা ৰাজখোৱা বচাগাঁও
৩৫৮ উপেন বৰদলৈ বচাগাঁও
৩৫৯ বাবুলাল শৰ্মা বচাগাঁও
৩৬০ ডিম্বেশ্বৰ শৰ্মা বচাগাঁও
৩৬১ ভুৱন দাস বচাগাঁও
৩৬২ ভোলানাথ হাজৰিকা বচাগাঁও
৩৬৩ টঙ্কেশ্বৰ গগৈ বচাগাঁও
৩৬৪ প্ৰেমধৰ ভূঞা কলীয়া পানীগাঁও
৩৬৫ লোকনাথ ভূঞা পানীগাঁও
৩৬৭ খগেশ্বৰ বৰা পানীগাঁও
৩৬৮ ঠগীৰাম চেলেং পানীগাঁও
৩৬৯ বেথাৰাম বৰুৱা পানীগাঁও
৩৭০ কণ নাথ বৰুৱা পানীগাঁও
৩৭১ ৰত্ন বৰুৱা পানীগাঁও
৩৭২ বাবুলাল শৰ্মা পানীগাঁও
৩৭৩ পুণ্যেশ্বৰ বৰা পানীগাঁও
৩৭৪ উমা হাজৰিকা বাঁহপাতি
৩৭৫ বজৰু চুতীয়া বাঁহপাতি
৩৭৬ হাঁহিৰাম শইকীয়া বাঁহপাতি
৩৭৭ নবীন দাস বাঁহপাতি
৩৭৮ পদ্ম শৰ্মা স'লালগাঁও
৩৭৯ ডিম্বেশ্বৰ ফুকন স'লালগাঁও
৩৮০ সুনন্দ ফুকন স'লালগাঁও
৩৮১ ভদ্ৰেশ্বৰ বৰা স'লালগাঁও
৩৮২ কণনাথ শইকীয়া স'লালগাঁও
৩৮৩ দীননাথ গোস্বামী কমলাবৰীয়া
৩৮৪ ক্ষীৰেশ্বৰী বৰা ক'লাৰাম ফুকনৰহাট
৩৮৫ খগেশ্বৰ শৰ্মা বিষ্ণু ভেৰেকী
৩৮৬ চন্দ্ৰকান্ত শইকীয়া হাঁহিৰাম শ'লমৰীয়া
৩৮৭ তিলক শইকীয়া হাঁহিৰাম বিলতীয়া
৩৮৮ দাসীৰাম বৰা তিলং খাৰকাটি
৩৮৯ প্ৰেম খাউণ্ড গঙ্গাৰাম পিঠাগুৰি
৩৯০ বিচিত্ৰ বৰুৱা সোমেশ্বৰ স'লাল
৩৯১ ত্ৰৈলোক্য বৰা ডম্বৰু স'লাল
৩৯২ ঠানুৰাম বৰা তনুৰাম স'লাল
৩৯৩ সুৰেন বৰা ধেনুৰাম ধেনুধৰীয়া
৩৯৪ যোগেশ্বৰ বৰা মিনাৰাম কমলাবৰীয়া
৩৯৫ গুণদা বৰা মনেশ্বৰ জাপিসজীয়া
৩৯৬ সোমেশ্বৰ চক্ৰৱৰ্তী কীৰ্ত্তিনাথ বৰমণিয়া
৩৯৭ লোকনাথ খাটনিয়াৰ পানীগাঁও
৩৯৮ তুতকুৰী কুচুনী কণ নাথ বিলতীয়া
৩৯৯ কণআইটি শইকীয়া খাৰকাটি
৪০০ মোহন শইকীয়া কমলাবৰীয়া
৪০১ হেম ফুকন পৰমানন্দ স'লাল
৪০২ চন্তি গগৈ কেদমিয়াল
৪০৩ কেশৰাম কলিতা গতি কমলাবৰীয়া
৪০৪ সোণেশ্বৰ দাস লাইতলী বচাগাঁও
৪০৫ বগানাথ দত্ত লেচাইগাঁও
৪০৬ চেনেহীলতা মজুমদাৰ বগলীজান
৪০৭ দাসীৰাম বৰা তিলং খাৰকাটি
৪০৮ মনেশ্বৰ ভৰালী কতিয়া কুমাৰকটা
৪০৯ পদৰাম শইকীয়া ভোগৰাম কুমাৰকটা
৪১০ সত্যনাথ বৰুৱা মদন পানীগাঁও
৪১১ মেম বৰা ৰত্নেশ্বৰ ফুকনৰহাট
৪১২ ইন্দ্ৰ নাথ দত্ত কনকেশ্বৰ ফুকনৰহাট
৪১৩ বাবুলাল শৰ্মা যোগেশ্বৰ বচাগাঁও

লালুক আৰু নাওবৈচা মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[6] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৪১৪ থানেশ্বৰ বৰা শম্ভুৰাম টুনিজান
৪১৫ গণনাথ গোস্বামী সুন্দৰ সান্দহখোৱা
৪১৬ জিউৰাম শইকীয়া মাণিক
৪১৭ টঙ্কেশ্বৰ বৰা লক্ষী
৪১৮ থুলন্দৰ ভৰালী
৪১৯ ৰাধানাথ ফুকন সৰ্বেশ্বৰ খ'ৰাপথাৰ
৪২০ চৈয়দ ৰিয়াজুল হুছেইন চৈয়দ দালনুৰ কাঁহীপৰা
৪২১ লীলাৰাম শইকীয়া পোৱাল খ'ৰাপথাৰ
৪২২ দেৱেন্দ্ৰনাথ ঠাকুৰ কুঞ্জনাথ সান্দহখোৱা
৪২৩ প্ৰফুল্ল মহন্ত বোপাটি সান্দহখোৱা
৪২৪ চেনিৰাম শইকীয়া যাদু সান্দহখোৱা
৪২৫ যতীন্দ্ৰ দাস লালুক
৪২৬ সৰুল'ৰা শইকীয়া পূৰ্ণ খ'ৰাপথাৰ
৪২৭ থানুৰাম বৰা বনমালী খ'ৰাপথাৰ
৪২৮ সোণেশ্বৰ শইকীয়া মণি সান্দহখোৱা
৪২৯ যুগল ফুকন
৪৩০ মন গাঁওবুঢ়া
৪৩১ ডিম্বেশ্বৰ বৰা
৪৩২ ৰঙাই বৰা
৪৩৩ আইতা বৰা
৪৩৪ অকমান শইকীয়া
৪৩৫ ভানু শইকীয়া
৪৩৬ শিনিপ্ৰভা শইকীয়া
৪৩৭ সেউতী হাজৰিকা
৪৩৮ মন গাঁওবুঢ়া
৪৩৯ প্ৰফুল্ল চন্দ্ৰ বৰুৱা চন্দ্ৰধৰ দ'লহাট
৪৪০ সোমেশ্বৰ ৰাজখোৱা কোৱাদঙা
৪৪১ হিৰণ্য প্ৰভা শইকীয়া চন্দ্ৰেশ্বৰ দ'লহাট
৪৪২ ৰাজেন বৰপাত্ৰ জয়ৰাম নাওবৈচা
৪৪৩ কনক শইকীয়া খেমাই গেঞ্চালি
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৪৪৪ হৰকান্ত দলৈ ডিম্বেশ্বৰ লথৌ
৪৪৫ জিউৰাম বৰা বুদুৰাম নাওবৈচা
৪৪৬ ৰাধিকামোহন দত্ত মহিম দ'লহাট
৪৪৭ সুৰেশ চক্ৰৱৰ্তী জয়কিশোৰ কলাখোৱা
৪৪৮ পদ্ম শইকীয়া ভোগৰাম বিলতীয়া
৪৪৯ ৰবিচন্দ্ৰ বৰুৱা কালিৰাম টিকাগাঁও
৪৫০ টুপীৰাম বৰা দিনাৰাম পেৰাভাৰী
৪৫১ ডিম্বেশ্বৰ বৰা কনকেশ্বৰ বলমা(সোণাপুৰ)
৪৫২ অশ্বিনী চৰকাৰ কেটন কোঁৱৰপুৰ
৪৫৩ কণনাথ শৰ্মা জিউৰাম টিকাগাঁও
৪৫৪ ৰাজবিহাৰী মণ্ডল চুতিবাম কোঁৱৰপুৰ
৪৫৫ গোলাপ শইকীয়া তিলেশ্বৰ বিলতীয়া
৪৫৬ বিভুৰাম বৰা তিল বৰা শান্তিপুৰ (ফুলবাৰী)
৪৫৭ কণনাথ শইকীয়া কেৰকণ দ'লহাট
৪৫৮ দিনাৰাম শইকীয়া পদৰাম বিলতীয়া
৪৫৯ তিলক শইকীয়া হাঁহিৰাম বিলতীয়া
৪৬০ কৃষ্ণচৰণ সাধু হৰিচৰণ কোঁৱৰপুৰ
৪৬১ গঙ্গাধৰ বৰদলৈ পদ্মধৰ পেৰাভাৰী
৪৬২ নীলকান্ত পণ্ডিত গুৰুদয়াল দ'লহাট
৪৬৩ ৰমেশ দাস পেৰাভাৰী
৪৬৪ নিৰ্মল দত্ত পেৰাভাৰী
৪৬৫ যতীন্দ্ৰ নমঃশূদ্ৰ কলাখোৱা, দ'লহাট
৪৬৬ দেৱেশ্বৰ বৰুৱা
৪৬৭ হংস বাবা ফুলবাৰী
৪৬৮ পৰমানন্দ গোস্বামী দীপ্তিকান্ত হাবিবৰ নাহৰণি
৪৬৯ সৰুবাপ সেনাপতি
৪৭০ পদ্মধৰ শইকীয়া লতিৰাম বিলতীয়া
৪৭১ ফণীধৰ নেওগ লালুক
৪৭২ সোণেশ্বৰ শইকীয়া লালুক
৪৭৩ ফটিক শইকীয়া লালুক

উত্তৰ লক্ষীমপুৰ মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[7] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৪৭৪ ভুৱন বুঢ়াগোহাঁই বাঁহপাতি
৪৭৫ বেণীমাধৱ দত্ত উত্তৰ লক্ষীমপুৰ নগৰ
৪৭৬ কিনাৰাম দত্ত উত্তৰ লক্ষীমপুৰ নগৰ
৪৭৭ প্ৰফুল্ল কুমাৰ বৰুৱা উত্তৰ লক্ষীমপুৰ নগৰ
৪৭৮ জগদানন্দ গোস্বামী উত্তৰ লক্ষীমপুৰ নগৰ
৪৭৯ গগন ফুকন তুৱাৰাম উত্তৰ লক্ষীমপুৰ নগৰ
৪৮০ তনুৰাম ভূঞা তেলীয়াগাঁও
৪৮১ ভৱ হাজৰিকা তেলীয়াগাঁও
৪৮২ মহিবুল হূছেইন তেলীয়াগাঁও
৪৮৩ খগেন গোহাঁই বৰুৱা নকাড়ী
৪৮৪ গুৰুপ্ৰসাদ শৰ্মা ধৰ্মেশ্বৰ উঃ লক্ষীমপুৰ, বগীনদী
৪৮৫ তাৰাপ্ৰসাদ শৰ্মা ধৰ্মেশ্বৰ উঃ লক্ষীমপুৰ, বগীনদী
৪৮৬ আব্দুল বাৰী উত্তৰ লক্ষীমপুৰ নগৰ
৪৮৭ প্ৰফুল্ল বৰুৱা দূৰ্গেশ্বৰ উত্তৰ লক্ষীমপুৰ নগৰ
৪৮৮ ডিম্বেশ্বৰ কলিতা বাহাদুৰ চুক
৪৮৯ বিপিন দত্ত গড়েহগা
৪৯০ তীৰ্থেশ্বৰ দত্ত গড়েহগা
৪৯১ জীৱন দত্ত
৪৯২ ইন্দ্ৰেশ্বৰ দত্ত কনকেশ্বৰ লেচাইগাঁও
৪৯৩ দূৰ্গেশ্বৰ বৰুৱা গড়েহগা
৪৯৪ গঙ্গাধৰ হাজৰিকা কণনাথ হিন্দুগাঁও
৪৯৫ হৃদয়ানন্দ গোস্বামী উত্তৰ লক্ষীমপুৰ নগৰ
৪৯৬ দেউৰাম শইকীয়া চুতীয়াকাৰী
৪৯৭ কনক গায়ন ৰাংচলীয়া
৪৯৮ সিদ্ধেশ্বৰ দত্ত ঘনশ্যাম সোণাৰীগাঁও
৪৯৯ সৰুৰাম দত্ত মতিৰাম তেলীয়াগাঁও
৫০০ টংকেশ্বৰ দত্ত মিঠাৰাম তেলীয়াগাঁও
৫০১ শিশুৰাম দাস চমুৱাগাঁও
৫০২ লম্বোদৰ দত্ত গৌৰী নকাড়ী
৫০৩ প্ৰফুল্ল বৰুৱা দূৰ্গেশ্বৰ সোণাৰীগাঁও
৫০৪ বিদুৰ বণিয়া মৈদুমীয়া
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৫০৫ বোধেশ্বৰ দত্ত ৰমণ বাহাদুৰচুক
৫০৬ জপৰা দাস ঘাৰমৰা
৫০৭ কণ্টা দত্ত হোকাচাকৰি
৫০৮ ভোগেশ্বৰ দত্ত পদ্মধৰ আজাদ
৫০৯ চক্ৰধৰ হাজৰিকা লালু হিন্দুগাঁও
৫১০ যোগেশ চন্দ্ৰ মহন্ত মৈদুমীয়া
৫১১ চন্দ্ৰনাথ দত্ত ফণীধৰ তিনিকুৰীয়া
৫১২ যোগেশ্বৰ দোলাকাষৰীয়া জাপিসজীয়া
৫১৩ গুণদা বৰা জাপিসজীয়া
৫১৪ উপেন দাস সনাতন গাঁও
৫১৫ তিলেশ্বৰ দাস ৰমণীচুক
৫১৬ ভাৰত ঠাকুৰীয়া তেলীয়াগাঁও
৫১৭ যোগেশ্বৰ শৰ্মা বৰুৱা তেলীয়াগাঁও
৫১৮ অনিৰাম হাজৰিকা তেলীয়াগাঁও
৫১৯ আজিজুৰ হক বৰুৱা উত্তৰ লক্ষীমপুৰ নগৰ
৫২০ লক্ষী কলিতা বাহাদুৰ চুক
৫২১ দেৱেশ্বৰ কোঁচ মাউতৰ চুক
৫২২ মোহন দত্ত মাউতৰ চুক
৫২৩ অম্বু দত্ত বাহাদুৰ চুক
৫২৪ থোলোক দত্ত বাহাদুৰ চুক
৫২৫ খগেশ্বৰ ভূঞা লীলাৰাম উত্তৰ লক্ষীমপুৰ নগৰ
৫২৬ নাৰায়ণ দাস
৫২৭ নিহাৰবালা বৰুৱা
৫২৮ খগেন্দ্ৰ ফুকন ছাঁয়াৰাম চেতিয়াগাঁও
৫২৯ টেপুৰাম কেওঁট তনুৰাম জাপিসজীয়া
৫৩০ কমল চন্দ্ৰ ভূঞা কৃষ্ণৰাম মাইবেলীয়া
৫৩১ হলধৰ গগৈ নকাড়ী
৫৩২ মহিবুল হুছেইন
৫৩৩ অকণ দত্ত টেপুৰাম ৰংচলীয়া গাঁও
৫৩৪ বেলাই চন্দ্ৰ দত্ত মহৰাম নপমুৱা ঘাৰমৰা

নকাড়ী আৰু কদম, আৰু গোহাঁই মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[8] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৫৩৫ শৈলেন্দ্ৰ কাকতি নকাড়ী
৫৩৬ মোলোকা বৰা নকাড়ী
৫৩৭ তিলক দস্তিদাৰ নকাড়ী
৫৩৮ মহেন্দ্ৰ দস্তিদাৰ নকাড়ী
৫৩৯ দেউৰাম শইকীয়া নকাড়ী
৫৪০ ক্ষীৰেশ্বৰী দস্তিদাৰ নকাড়ী
৫৪১ পৰশুৰাম তালুকদাৰ নকাড়ী
৫৪২ ভূধৰ কোঁচ নকাড়ী
৫৪৩ বগেন্দ্ৰ বৰুৱা নকাড়ী
৫৪৪ বলো শইকীয়া নকাড়ী
৫৪৫ ধনেশ্বৰ বৰুৱা নকাড়ী
৫৪৬ গোলাপ বৰুৱা নকাড়ী
৫৪৭ কনকেশ্বৰ চুতীয়া নকাড়ী
৫৪৮ চম্বৰীয়া নায়ক নকাড়ী
৫৪৯ পুতুসিং নায়ক নকাড়ী
৫৫০ ভদ্ৰেশ্বৰ বৰুৱা নকাড়ী
৫৫১ বাপুৰাম দত্ত নকাড়ী
৫৫২ গণেশ চন্দ্ৰ দত্ত নকাড়ী
৫৫৩ ৰেৱতী দত্ত নকাড়ী
৫৫৪ চাকিধৰ বৰুৱা নকাড়ী
৫৫৫ উপেন শইকীয়া নকাড়ী
৫৫৬ যোগেশ মহন্ত নকাড়ী
৫৫৭ মহৎৰাম দাস নকাড়ী
৫৫৮ বিদুৰ বণিয়া নকাড়ী
৫৫৯ কমলা বৰা নকাড়ী
৫৬০ ৰূপৰাম শইকীয়া নকাড়ী
৫৬১ লক্ষীনাথ শৰ্মা নকাড়ী
৫৬২ কৰণসিং ছেত্ৰী নকাড়ী
৫৬৩ বলো ছেত্ৰী নকাড়ী
৫৬৪ তিলক সন্দিকৈ নকাড়ী
৫৬৫ কন্দলি কলিতা নকাড়ী
৫৬৬ ৰাজুৱা কৈৱৰ্ত্ত নকাড়ী
৫৬৭ গেঠুৰাম দাস নকাড়ী
৫৬৮ গেন্ধেলা কোঁচ নকাড়ী
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৫৬৯ পূৰ্ণ তামুলী নকাড়ী
৫৭০ মদন তামুলী বৰুৱা নকাড়ী
৫৭১ ঘন বৰুৱা নকাড়ী
৫৭২ অকণ শইকীয়া নকাড়ী
৫৭৩ ঘন তামুলী নকাড়ী
৫৭৪ স্নেহলতা মজুমদাৰ নকাড়ী
৫৭৫ প্ৰসন্ন মজুমদাৰ নকাড়ী
৫৭৬ হাফেজ আলী আকবৰ নকাড়ী
৫৭৭ ৰামনাথ দত্ত নকাড়ী
৫৭৮ নাৰায়ণ ফুকন নকাড়ী
৫৭৯ পুষ্পকান্তি নকাড়ী
৫৮০ ইন্দ্ৰেশ্বৰ শইকীয়া নকাড়ী
৫৮১ সদানন্দ দত্ত নকাড়ী
৫৮২ সুৰেন্দ্ৰ দস্তিদাৰ নকাড়ী
৫৮৩ আদিৰাম গগৈ নকাড়ী
৫৮৪ হৰনাথ গোহাঁই খগেশ্বৰ নকাড়ী
৫৮৫ সুৰেন্দ্ৰ বৰদলৈ নকাড়ী
৫৮৬ চিত্ৰনাথ খনিকৰ খগেশ্বৰ চাবতি
৫৮৭ গঙ্গাৰাম বৰা পদোৰাম জ্যোতিনগৰ
৫৮৮ গোলাপ গগৈ কদম
৫৮৯ বিনোদ গগৈ কদম
৫৯০ শিশুৰাম ৰাজখোৱা কদম
৫৯১ মেঘ ভৰালী বেবেজীয়া, গোঁৱাই
৫৯২ দ্বাৰিকা ফুকন কলিতাগাঁও
৫৯৩ খগিৰাম দত্ত কলিতাগাঁও
৫৯৪ কুলপ্ৰসাদ গোস্বামী কলিতাগাঁও
৫৯৬ প্ৰভাত ভৰালী বেবেজীয়া
৫৯৭ শিৱনাথ গোস্বামী বাসুদেৱ ঢকুৱাখনা
৫৯৮ পূৰ্ণ ভৰালী জালভাৰী, ঢকুৱাখনা
৫৯৯ পূৰ্ণ চুতীয়া জালভাৰী, ঢকুৱাখনা
৬০০ আনন্দ দত্ত জীয়ামৰীয়া, ঢকুৱাখনা
৬০১ ডিম্বেশ্বৰ দাস ঢকুৱাখনা
৬০২ সতীশ গগৈ ঢকুৱাখনা

ঢকুৱাখনা, বৰদলনি, ঘিলামৰা আৰু মাছখোৱা মৌজাৰ অন্তৰ্গত মুক্তিযুঁজাৰুসকল[9] সম্পাদনা কৰক

ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৬০৩ লোহাৰাম হাজৰিকা বৰদলনি
৬০৪ হীৰানাথ শৰ্মা বিলতীয়া, মাছখোৱা
৬০৫ নোমাল বৰুৱা বেবেজীয়া
৬০৬ ফুলেশ্বৰী ফুকন ঢকুৱাখনা
৬০৭ গণেশ শৰ্মা বৰদলনি, কোঁচগাঁও
৬০৮ কনক দত্ত কলিতাগাঁও
৬০৯ বানেশ্বৰ দাস মৰলৰ চুক
৬১০ পদ্ম মুক্তিয়াৰ মাইচাগাঁও
৬১১ মহেন্দ্ৰ দত্ত কলিতাগাঁও
৬১২ নৰেন দত্ত বৰদলনি
৬১৩ ভুৱনেশ্বৰ বৰুৱা কলিতাগাঁও
৬১৪ আদিত্য শইকীয়া পদুমণি, বৰদলনি
৬১৫ কবীন্দ্ৰ গগৈ ঢকুৱাখনা
৬১৬ দণ্ডী দত্ত বৰদলনি
৬১৭ থানুৰাম দত্ত বৰদলনি
৬১৮ সাগৰ মেধি বৰদলনি
৬১৯ ৰাধা বৰুৱা বৰদলনি
৬২০ বাপুটি গগৈ বৰদলনি
৬২১ পুৰণ নৰহ ঢকুৱাখনা
৬২২ বদল গাঁওবুঢ়া ঢকুৱাখনা
৬২৩ কিৰকিৰি গাঁওবুঢ়া ঢকুৱাখনা
৬২৪ পীনেধৰ দাস ঢকুৱাখনা
৬২৫ ফৰিং মেধি ঢকুৱাখনা
৬২৬ ফুকন কোঁচ ঢকুৱাখনা
৬২৭ গম্ভীৰ লালুং ঢকুৱাখনা
৬২৮ নিশা চন্দ্ৰ লালুং ঢকুৱাখনা
৬২৯ পৰমা দলৈ ঢকুৱাখনা
৬৩০ কানুৰাম দলে ঢকুৱাখনা
৬৩১ টঙ্গাৰাম দলে ঢকুৱাখনা
৬৩২ বানেশ্বৰ দলে ঢকুৱাখনা
৬৩৩ গোলাপ পায়েং ঢকুৱাখনা
৬৩৪ নৰেন দাফলাৰী ঢকুৱাখনা
৬৩৫ মুক্তা দত্ত ঢকুৱাখনা
৬৩৬ চক্ৰৱৰ্তী ভৰালী ঢকুৱাখনা
৬৩৭ কুল শইকীয়া ঢকুৱাখনা মহকুমা
৬৩৮ ভোলানাথ দত্ত ঢকুৱাখনা মহকুমা
৬৩৯ নোমাল ভূঞা ঢকুৱাখনা মহকুমা
৬৪০ লীলাকান্ত দাস ঢকুৱাখনা মহকুমা
৬৪১ যজ্ঞেশ্বৰ ভূঞা ঢকুৱাখনা মহকুমা
৬৪২ ভোগেশ্বৰ দত্ত ঢকুৱাখনা মহকুমা
৬৪৩ ঘন দত্ত ঢকুৱাখনা মহকুমা
৬৪৪ বাপাৰাম দত্ত ঢকুৱাখনা মহকুমা
৬৪৫ মোহন শইকীয়া ঢকুৱাখনা মহকুমা
৬৪৬ লম্বোদৰ বৰুৱা ঢকুৱাখনা মহকুমা
৬৪৭ ভলুকা চাংমাই ঢকুৱাখনা মহকুমা
৬৪৮ শান্তিৰাম চেতিয়া ঢকুৱাখনা মহকুমা
৬৪৯ কৃষ্ণৰাম গগৈ ঢকুৱাখনা মহকুমা
৬৫০ জীৱন ফুকন ঢকুৱাখনা মহকুমা
৬৫১ গনেশ শৰ্মা ঢকুৱাখনা মহকুমা
৬৫২ লোহাৰাম দাস ঢকুৱাখনা মহকুমা
৬৫৩ বেণু হাজৰিকা ঢকুৱাখনা মহকুমা
৬৫৪ ভোলা দত্ত ঢকুৱাখনা মহকুমা
৬৫৫ চোৱাৰাম দত্ত ঢকুৱাখনা মহকুমা
৬৫৬ গণেশ চুতীয়া ঢকুৱাখনা মহকুমা
ক্ৰঃ নং মুক্তিযুঁজাৰুৰ নাম পিতাৰ নাম ঠিকনা
৬৫৭ ভোগেশ্বৰ বৰুৱা ঢকুৱাখনা মহকুমা
৬৫৮ সভাৰাম ভৰালী
৬৫৯ মেৰুণা ভৰালী
৬৬০ তুলসী ভৰালী
৬৬১ ডিম্বেশ্বৰ ভৰালী
৬৬২ দেৱেশ্বৰ কোঁচ
৬৬৩ ধৰ্মেশ্বৰ বৰুৱা
৬৬৪ চন্দ্ৰশেখৰ দাস ঢকুৱাখনা
৬৬৫ তিলেশ্বৰ দত্ত ঢকুৱাখনা
৬৬৬ মুখেশ্বৰ মুক্তিয়াৰ
৬৬৭ গণনাথ গোহাঁই ঢকুৱাখনা
৬৬৮ শৈল বৰা ঢকুৱাখনা
৬৬৯ ইন্দ্ৰধৰ গোহাঁই ঢকুৱাখনা
৬৭০ কেশৱ চন্দ্ৰ গোহাঁই গোহাঁই মৌজা
৬৭১ খগেশ্বৰ খনিকৰ গোহাঁই মৌজা
৬৭২ মহেন্দ্ৰ খনিকৰ গোহাঁই মৌজা
৬৭৩ দুতিৰাম কছাৰি গোহাঁই মৌজা
৬৭৪ ৰামচন্দ্ৰ মৰাং গোহাঁই মৌজা
৬৭৫ শান্তিৰাম চেতিয়া গোহাঁই মৌজা
৬৭৬ ধনপুৰ সুত গোহাঁই মৌজা
৬৭৭ চন্দ্ৰধৰ গোহাঁই ঢকুৱাখনা
৬৭৮ ৰুক্মনাথ গগৈ ঢকুৱাখনা
৬৭৯ ত্ৰৈলোক্য দাস ঢকুৱাখনা
৬৮০ শৰত বৰুৱা ঢকুৱাখনা
৬৮১ কমলা তামুলী ঢকুৱাখনা
৬৮২ কাশীনাথ বৰুৱা ঢকুৱাখনা
৬৮৩ বেথাৰাম পেগু ঢকুৱাখনা
৬৮৪ জয়চন্দ্ৰ গগৈ ঢকুৱাখনা
৬৮৫ সোমেশ্বৰ গগৈ ঢকুৱাখনা
৬৮৬ ৰবীন দত্ত ঢকুৱাখনা
৬৮৭ আলিৰাম বৰা ঢকুৱাখনা
৬৮৮ মিলন চন্দ্ৰ গগৈ ঢকুৱাখনা
৬৮৯ মলাৰাম বৰুৱা ঢকুৱাখনা
৬৯০ ভগীৰাম মেধি ঢকুৱাখনা
৬৯১ ৰঘু ভৰালী ঢকুৱাখনা
৬৯২ হীৰানাথ শৰ্মা ঢকুৱাখনা
৬৯৩ মহন ফুকন ঢকুৱাখনা
৬৯৪ ৰবি গোহাঁই ঢকুৱাখনা
৬৯৫ মণি গোহাঁই ঢকুৱাখনা
৬৯৬ যজ্ঞেশ্বৰ ভূঞা ঢকুৱাখনা
৬৯৭ গোপাল পায়েং ঢকুৱাখনা
৬৯৮ মুখেশ্বৰ হাজৰিকা বৰদলনি মৌজা
৬৯৯ ডম্বৰু তামুলী বৰদলনি মৌজা
৭০০ বানেশ্বৰ দাস বৰদলনি মৌজা
৭০১ জীৱন ফুকন বৰদলনি মৌজা
৭০২ উগ্ৰ গগৈ বৰদলনি মৌজা
৭০৩ নৰেণ দত্ত বৰদলনি মৌজা
৭০৪ বাপুৰাম হাজৰিকা বৰদলনি মৌজা
৭০৫ বেণুধৰ হাজৰিকা বৰদলনি মৌজা
৭০৬ গণেশ শৰ্মা বৰদলনি মৌজা
৭০৭ কেহু গোহাঁই কাঠৰবাৰী, ঢকুৱাখনা
৭০৮ বিলাস ৰায় খেমানি কাঠৰবাৰী, ঢকুৱাখনা
৭০৯ মেঘ ভৰালী ধুপুক বেবেজীয়া
৭১০ পৰমানন্দ বৰা মাণিক বালিগাঁও, ঢকুৱাখনা

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৬-২০৭. 
  2. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৭-২০৮. 
  3. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২০৮-২১২. 
  4. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১২-২১৪. 
  5. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১৫-২১৯. 
  6. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২১৯-২২১. 
  7. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২১-২২৩. 
  8. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২৩-২২৫. 
  9. শ্ৰী হৰিচন্দ্ৰ বৰুৱা, সম্পাদক (২০০১-২০০২). ভাৰতৰ স্বাধীনতা সংগ্ৰামত উঃ লক্ষীমপুৰৰ ভূমিকা. প্ৰকাশক উত্তৰ লক্ষীমপুৰ: লক্ষীমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলন, উত্তৰ লক্ষীমপুৰ, অসম. পৃষ্ঠা. ২২৫-২২৮.