লঘণুৰাম মহন্তই ৰঙিয়াৰ ওচৰত ১৮৭৭ চনত জন্মলাভ কৰিছিল । মহন্ত এজন হোমিওপেথিক চিকিৎসক আছিল। তেখেতে চিকিৎসা সম্পৰ্কীয় কেইবাখনো কিতাপ লিখিছিল। ১৯৭৩ চনৰ ৬ জুলাইত তেখেতৰ মৃত্যু হয়।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী