লামডিং (Pron:/lʌmˈdɪŋ/)(ইংৰাজী: Lumding) অসমনগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।

লামডিং
চহৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাওঁ
উচ্চতা
১২৫ মিটাৰ (৪১০ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ 50,570

লামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ ' লামা' আৰু 'ডিং' শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে 'বাট' আৰু 'পোন'। গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট। 'লামা' শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰে'লৱে ষ্টেচনৰ 'লামাছাখং' ( Lamasakhong) ৰখা হৈছে, যাৰ অৰ্থ 'সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা (valley of small paths)।

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

আন্তঃগাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] মুঠ জনসংখ্যা ৩১,৩৪৭ জন। [2]

যাতায়ত ব্যৱস্থা

সম্পাদনা কৰক

লামডিং উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ ৰে'লৱে জংচন। এই জংচনটোৱে অসমত্ৰিপুৰাৰ সৈতে সংযোজিত কৰিছে। ইয়াটো লামডিং-বদৰপুৰ-শিলচৰ-আগৰতলা হৈ গৈছে।

লামডিঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

  • বিদ্যালয় :
    • ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
    • ডনবস্কো হাইস্কুল
    • কেন্দ্ৰীয় বিদ্যালয়
    • দক্ষিণ লামডিং বিদ্যা নিকেতন
    • প্ৰণবানন্দ বিদ্যা মন্দিৰ
    • দক্ষিণ লামডিং উচ্চ মাধ্যমিক বিদ্যালয়
    • বীৰ কনকলতা প্ৰাথমিক বিদ্যালয়

মহাবিদ্যালয় :

    • লামডিং মহাবিদ্যালয়

লামডিং নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3]

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক