লিংগুয়া ফ্ৰাংকা নোভা
লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
Lingua Franca Nova | |
---|---|
Elefen | |
সৃষ্টিকৰ্তা | C. George Boeree |
সৃষ্টিৰ তাৰিখ | 1965[1] |
ব্যৱহাৰ | International auxiliary language |
উদ্দেশ্য | |
লিখন প্ৰণালী | Latin script |
ভাষা সংকেত | |
ISO 639-3 | lfn |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Boeree, C. George. "La evolui de elefen" (lfn ভাষাত). Vici de Elefen. https://elefen.org/vici/linguistica/la_evolui_de_elefen। আহৰণ কৰা হৈছে: 2020-11-09.
বহিঃসংযোগ
সম্পাদনা কৰকৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ লিংগুয়া ফ্ৰাংকা নোভাৰ সংস্কৰণ |