লীঅ' টলষ্টয়ৰ গ্ৰন্থপঞ্জী
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
এইখন ৰাছিয়ান সাহিত্যিক লীঅ' টলষ্টয়ৰ (১৮২৮-১৯১০) সাহিত্যকৰ্মৰ তালিকা। ইয়াত তেওঁৰ উপন্যাস, ছুটিগল্প, নাটক আৰু প্ৰবন্ধ সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
কল্পকাহিনী
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক- চাইল্ডহুড (Детство [Detstvo], ১৮৫২) –তিনিটা খণ্ডৰ আত্মজিৱনীৰ প্ৰথম খণ্ড
- বয়হুড (Отрочество [Otrochestvo], ১৮৫৪) - তিনিটা খণ্ডৰ আত্মজিৱনীৰ দ্বিতীয় খণ্ড
- য়ুথ (Юность [Yunost'], ১৮৫৬) - তিনিটা খণ্ডৰ আত্মজিৱনীৰ তৃতীয় খণ্ড
- দ্য ক’ছাক্ছ (Казаки [Kazaki], ১৮৬৩)
- ৱাৰ এণ্ড পীছ (Война и мир [Voyna i mir], ১৮৬৯)
- আনা কাৰেনিনা (Анна Каренина [Anna Karenina], ১৮৭৭)
- ৰেজাৰেকশ্যন (Воскресение [Voskresenie],১৮৯৯)
উপন্যাসিকা
সম্পাদনা কৰক- ফেমিলী হেপ্পীনেছ (Семейное счастье [Semeynoe schast`e], ১৮৫৯)
- দ্য ডেথ অৱ ইভান ইলীছ (Смерть Ивана Ильича [Smert' Ivana Il'icha], ১৮৮৬)
- দ্য ক্ৰুট্জাৰ ছ’নাটা (Крейцерова соната [Kreitserova Sonata], ১৮৮৯)
- দ্য ফ’ৰ্জ্ড কুপ’ন (Фальшивый купон [Fal'shivyi kupon],১৯১১)
- হাজি মুৰাট (Хаджи-Мурат [Khadzhi-Murat],১৯১২)
ছুটি গল্প
সম্পাদনা কৰক
|
|
নাটক
সম্পাদনা কৰক- দ্য পাৱাৰ অৱ ডাৰ্কনেছ (Власть тьмы [Vlast' t'my], ১৮৮৬)
- দ্য ফাৰ্ষ্ট ডিষ্টিলাৰ (১৮৮৬)
- দ্য ফ্ৰুট্ছ অৱ এনলাইটমেন্ট (Плоды просвещения [Plody prosvesheniya], ১৮৯১)
- দ্য লিভিং কৰ্প্ছ (Живой труп [Zhivoi trup], ১৯০০)
- দ্য কজ অৱ ইট অল (১৯১০)
- দ্য লাইট শ্বাইনছ ইন ডাৰ্কনেছ
প্ৰবন্ধ
সম্পাদনা কৰকদৰ্শন সম্বন্ধীয় প্ৰবন্ধ
সম্পাদনা কৰক- এ কনফেশ্যন (১৮৭৯)
- এ ক্ৰিটিছিজম অৱ ডগমেটিক থিয়’ল’জী (১৮৮০)
- দ্য গছ্পেল ইন ব্ৰিফ, বা এ শ্বৰ্ট এক্সপ’জিশ্যন অৱ দ্য গছপেল (১৮৮১)
- দ্য ফ’ৰ গছপেল য়ুনিফাইড এণ্ড ট্ৰেনস্লেটেড (১৮৮১)
- চাৰ্চ এণ্ড ষ্টেট (১৮৮২)
- হোৱাট আই বিলিভ (১৮৮৪)
- হোৱাট ইজ টু বি ডান? (১৮৮৬)
- অন লাইফ (১৮৮৭)
- 'দ্য লাভ অৱ গড এণ্ড অৱ ৱানছ নেইবৰ (১৮৮৯)
- টিম’থী ব’ণ্ডাৰেফ (১৮৯০)
- হোৱাই ডু মেন ইনট’ক্সিকেট ডেমছেল্ভ্ছ? (১৮৯০)
- দ্য ফাৰ্ষ্ট ষ্টেপ: অন ভেজেটেৰিয়ানিজম (১৮৯২)
- দি কিংডম অব গড ইজ উইদিন ইউ (১৮৯৩)
- নন-এক্টিভিটি (১৮৯৩)
- দি মীনিং অৱ ৰিফিউজেল অৱ মিলিটেৰী ছাৰ্ভিছ (১৮৯৩)
- ৰীজন এণ্ড ৰিলিজিয়ন (১৮৯৪)
- ৰিলিজিয়ন এণ্ড ম’ৰেলিটি (১৮৯৪)
- খ্ৰিষ্টিয়ানিটি এণ্ড পেট্ৰিঅ’টিজম (১৮৯৪)
- নন-ৰেজিষ্টেন্স: লেটাৰ টু আৰ্ণেষ্ট এইচ ক্ৰ’চ্পী (১৮৯৬)
- হাউ টু ৰীড গছপেলছ (১৮৯৬)
- দ্য ডিছিপশ্যনঅৱ চাৰ্চ (১৮৯৬)
- Letter to the Liberals (১৮৯৮)
- খ্ৰিষ্টিয়ান টিচ্ছিং (১৮৯৮)
- অন ছুইছাইড (১৯০০)
- ডাউ শেল্ট নট কিলl (১৯০০)
- ৰিপ্লাই টু দ্য হ’লী ছাইন’ড (১৯০১)
- দ্য ওনলী ৱেই (১৯০১)
- অন ৰিলিজিয়াছ ট’লাৰেশ্যন (১৯০১)
- হোৱাট ইজ ৰিলিজিয়্ন? (১৯০২)
- টু দ্য অৰ্থডক্স ক্লাৰ্জী (১৯০৩)
- থট্ছ অৱ ৱাইজ মেন (১৯০৪)
- দ্য ওনলী নীড (১৯০৫)
- দ্য গ্ৰেট চিন (১৯০৫)
- এ চাইকল অৱ ৰিডিং (১৯০৬)
- ডু নট কিল (১৯০৬)
- লাভ ইচ্ছ আদাৰ (১৯০৬)
- এন এপীল টু য়ুথ (১৯০৭)
- দ্য ল অৱ লাভ এণ্ড ভায়’লেন্স (১৯০৮) complete text
- দ্য ওনলী কামাণ্ড (১৯০৯)
- এ কেলেণ্ডাৰ অৱ ৱিজদম (Путь Жизни [Put' Zhizni]; ১৯০৯)
কলা আৰু সাহিত্য ভিত্তিক প্ৰবন্ধ
সম্পাদনা কৰক- হোৱাট ইজ আৰ্ট? (১৮৯৭)
- আৰ্ট এণ্ড নট আৰ্ট (১৮৯৭)
- শ্বেইকছ্পীয়েৰ এণ্ড দ্য ড্ৰামা (১৯০৯)
শিক্ষামূলক ৰচনা
সম্পাদনা কৰক- টলষ্টয়ৰ শিক্ষামূলক বাৰ্তালোচনী য়াছনায়া পলয়ানা"ত প্ৰকাশিত প্ৰবন্ধসমূহ (১৮৬১-১৮৬২)
- এ প্ৰাইমাৰ (১৮৭২)
- 'অন পপুলাৰ ইনষ্ট্ৰাকশ্যন (১৮৭৪)
- এ নিউ প্ৰাইমাৰ (1875)