শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ

শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰ দ্বাৰা, মাধপুৰত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।[1]

শংকৰদেৱ শিশু নিকেতন মাধপুৰ
শংকৰদেৱ শিশু নিকেতন, মাধপুৰ
অৱস্থান
মাধপুৰ, ৰূপহী বজালী অসম ভাৰতবৰ্ষ
৭৮১৩১৮
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ উচ্চ মাধ্যমিক
প্ৰতিষ্ঠাকাল ২০০৮
বিদ্যালয় সমিতি ছেবা SEBA
বিদ্যালয়ৰ বিভাগ বজালী
ফেকাল্টী প্ৰায় ১৬জন

অৱস্থিতি

সম্পাদনা কৰক

গাওঁ:- মাধপুৰ, পো.অ.:- ৰূপহী, জিলা:- বজালী অসম পিন:- ৭৮১৩১৮ [2]

শিক্ষক আৰু কৰ্মচাৰী

সম্পাদনা কৰক

নিকেতনখনত বিভিন্ন বিষয়ৰ প্ৰায় ১৬জন শিক্ষক আৰু ২জন সহায়ক আৰু সৰ্বমুঠ প্ৰায় ২৫০ ৰো অধিক ছাত্ৰ -ছাত্ৰী পঢ়ি আছে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Sankardev Shishu Niketan A". icbse.com. https://www.icbse.com/schools/sankardev-shishu-niketan-madhapur-ny6zro। আহৰণ কৰা হৈছে: 12 September 2024. 
  2. "Sankardev Shishu Niketan 1". vidyabharatialumni.org. http://www.vidyabharatialumni.org/school/465678। আহৰণ কৰা হৈছে: 12 September 2024.