শান্তনু
শান্তনু (ইংৰাজী: Shantanu) হৈছে হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ অনুসৰি হস্তিনাপুৰৰ মহাৰাজ প্ৰতীপৰ পুত্ৰ, গংগা দেৱী আৰু সত্যৱতীৰ পতি আৰু দেৱব্ৰত বা ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।[1]
শান্তনু | |
---|---|
![]() শান্তনু আৰু গংগা দেৱী | |
তথ্য | |
পৰিয়াল | প্ৰতীপ (পিতৃ), সুনন্দা (মাতৃ), দেৱাপি (ভাতৃ) আৰু বাহ্লীক (ভাতৃ)[1] |
দাম্পত্যসঙ্গী | গংগা দেৱী আৰু সত্যৱতী |
সন্তান | ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য |
শান্তনু আৰু গংগাসম্পাদনা কৰক
শান্তনুৰ, পুত্ৰৰ সৈতে পুনৰ মিলনসম্পাদনা কৰক
শান্তনু আৰু সত্যৱতীসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (jul 1996). মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 41. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: 4 jun 2020.