শ্বসন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
শ্বসন বুলিলে তলৰ অৰ্থবোৰো প্ৰকাশ কৰে:
জীৱবিদ্যা
সম্পাদনা কৰক- কোষীয় শ্বসন, পোষক দ্ৰব্যবোৰক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া,
- অবাত শ্বসন, অক্সিজেনৰ প্ৰয়োজন নোহোৱা কোষীয় শ্বসন,
- সবাত শ্বসন, কোষীয় শ্বসন, অক্সিজেনৰ প্ৰয়োজন হয়,
- শ্বসন (শৰীৰতত্ব), কোষ আৰু বাহ্যিক পৰিৱেশৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান-প্ৰদান প্ৰক্ৰিয়া,
- শ্বাস তন্ত্ৰ, শ্বসন কাৰ্য সংঘটিত হোৱা তন্ত্ৰ,
- শ্বাসক্ৰিয়া, শ্বাস অংগৰ মাজেৰে বায়ুৰ চলাচল হোৱা,
- জলীয় শ্বসন, জীৱই পানীৰ পৰা অক্সিজেন আহৰণ কৰা প্ৰক্ৰিয়া,
- কৃত্ৰিম শ্বসন, কৃত্ৰিমভাৱে শ্বসন সংঘটিত কৰা।
পৰিস্থতিবিদ্যা
সম্পাদনা কৰক- কাৰ্বন শ্বসন, বায়ুমণ্ডলীয় কাৰ্বনৰ লগত জড়িত এটা ধাৰণা,
- পৰিস্থতি তান্ত্ৰিক শ্বসন, পৰিৱেশ তন্ত্ৰত সকলো জীৱই উৎপাদন কৰা মুঠ কাৰ্বন ডাই অক্সাইডৰ নিৰ্ণয় কৰা,
- মূলীয় শ্বসন, উদ্ভিদৰ শিপা আৰু বায়ুমণ্ডলৰ মাজত অক্সিজেনৰ আদান-প্ৰদান,
- আলোক শ্বসন, RuBP আৰু অক্সিজেনৰ মাজত উৎসেচকীয় সমন্বয় সাধন।
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |