শ্ৰেণী বাৰ্তা:অসমৰ গাওঁ

Latest comment: 6 দিন পূৰ্বে by 2409:4065:C0E:C8D1:6454:60FF:FEA8:DBB in topic বাহঁতলা গাওঁ

"গাওঁ" নহয়, "গাঁও"হে হ'ব লাগে। শ্ৰেণীৰ নাম শুদ্ধ কৰিব পাৰি জানো? নহ'লে আকৌ নতুন শ্ৰেণী কৰিব লাগিব। Gitartha.bordoloi 13:35, 2 ডিচেম্বৰ 2011 (UTC)

"গাওঁ" আৰু "গাঁও" দুয়োটাই শুদ্ধ নহয় জানো? --অম্লান জ্যো ব 13:53, 2 ডিচেম্বৰ 2011 (UTC)
"মই গান গাওঁ", কিন্তু "এইখন মোৰ গাঁও"। বুজিলা? Gitartha.bordoloi 15:12, 2 ডিচেম্বৰ 2011 (UTC)

বাহঁতলা গাওঁ সম্পাদনা কৰক

বাহঁতলা গাওঁ বিষয় 2409:4065:C0E:C8D1:6454:60FF:FEA8:DBB 01:04, 27 April 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অসমৰ গাওঁ" পৃষ্ঠালৈ উভতি যাওক।