শ (বঙালী)
বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে শ চাওক।
শ (বঙালী লিপিত শ, আই-পি-এ:/ʃɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ শ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধা প্ৰাপ্ত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
সম্পাদনা কৰকআ-- শা
ই-- শি
ঈ-- শী
উ-- শু
ঊ-- শূ
ঋ-- শৃ
এ-- শে
ঐ-- শৈ
ও-- শো
ঔ-- শৌ
শৰে আৰম্ভ শব্দ
সম্পাদনা কৰক- শক্তি (শক্তি)
- শান্তি (শান্তি)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি