ষড়ভুজ

ছটা বাহুৰ বহুভুজ

ষড়ভুজ বা ষষ্ঠভুজ ৬ ৰেখা খণ্ড থকা এক বহুভূজ।[1]

সকলো ৰেখা খণ্ড আৰু সকলো কোণ সমান থকা ষড়ভুজৰ নিৰ্মাণ

ষড়ভুজৰ ব্যৱহাৰ সম্পাদনা কৰক

  1. মৌ-মাখিৰ বাহ কেইবাটাও ষড়ভুজ লগ লগাই নিৰ্মাণ কৰা হয়। ই কম সামগ্ৰীৰে অধিক ক্ষেত্ৰফলৰ তল তৈয়াৰ কৰাত সহায় কৰে
  2. পেৰেলেল'গনেৰে টাইল কৰা হয়
  3. টাইল কৰা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org