সদস্য:কংকণ তালুকদাৰ/বি এইচ মহাবিদ্যালয়

বৰপেটাৰোড আৰু হাউলীৰ এচাম প্রজ্ঞাপ্রবুদ্ধ তথা সচেতন নাগৰিকৰ বহু আকাংক্ষাৰ বাস্তবায়িত ৰূপ বি. এইচ কলেজ । ১৯৬৭ চনৰ ১৭ এপ্রিলত এখন পৰিচালনা সমিতিৰ প্রচেষ্টাত বি. এইচ কলেজৰ সপোন সাকাৰ ৰূপ লৈ উঠে । কলা, বানিজ্য আৰু বিজ্ঞান তিনিওটা শাখা থকা বি. এইচ কলেজ নামনি অসমৰ এখন উল্ল্যেখযোগ্য শিক্ষানুষ্ঠানৰ শাৰীত পৰে ।

প্রতিষ্ঠাপক অধ্যক্ষ - শ্রী যুত সত্যনাথ দাস । বর্তমান অধ্যক্ষ - ভূষণ পাঠক । শাখা - কলা, বানিজ্য আৰু বিজ্ঞান । 'নাক' গ্রেড - B++ ।