• নমস্কাৰ! আপোনাৰ সংক্ষিপ্ত পৰিচয়।
  • নমস্কাৰ! মোৰ নাম দিব্য দত্ত। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ এখন ভিতৰুৱা ঠাইত।
  • অসমীয়া ৱিকিপিডিয়া সমাজৰ লগত আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হ'ল?
  • মই ২০১৩ চনৰ পৰা ৱিকিপিডিয়াৰ লগত জড়িত।
  • আপুনি ৱিকিপিডিয়াৰ কোনকেইটা প্ৰকল্পত জড়িত হৈ আছে- ?
  • অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকমন্স, ইংৰাজী ৱিকিপিডিয়া, ৱিকিতথ্য আৰু মেটাৱিকিত।
  • কোনটো প্ৰকল্পত কাম কৰি আপুনি অধিক সুখী আৰু সহজ অনুভৱ কৰে?
  • অসমীয়া ৱিকিপিডিয়াত।
  • কোনটো প্ৰকল্প আপোনাৰ মতে তুলনামূলকভাৱে জটিল আৰু ইয়াক সহজ কৰিবলৈ আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ আগঢ়াব বিচাৰে?
  • পিছত কম দেই
  • ৱিকিপিডিয়াত কাম কৰি আপোনাৰ ইণ্টাৰনেট বা ইয়াৰ বিভিন্ন সঁজুলি সম্পৰ্কে কাৰিকৰী কুশলতা আগতকৈ বাঢ়িছে বুলি ভাবেনে?
  • হয়, বাঢ়িছে।
  • ৱিকিপিডিয়াত কৰা প্ৰথমটো কাম কি আছিল? (বানান সংশোধন, প্ৰবন্ধ লিখন, মুদ্ৰণ সংশোধন আদি)
  • প্ৰথম মই শংকৰদেৱ পৃষ্ঠাটোৰ লিখা অলপ ডিলিট কৰি দিছিলোঁ।
  • ৱিকিপিডিয়াত আপুনি লিখা দুটামান প্ৰিয় প্ৰবন্ধৰ বিষয়ে জনাব। অথবা ৱিকিউৎসত কোনখন কিতাপৰ কাম কৰি অধিক আনন্দিত হ'ল, জনাব।
  • এতিয়া মনত পৰা নাই
  • ৱিকিপিডিয়াত আপোনাৰ স্মৰণীয় মুহূৰ্তটোৰ বিষয়ে জনাব।
  • ৱিকি কমন্সৰ SVG অনুবাদ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পোৱা।
  • অসমীয়া ৱিকিপিডিয়াত সহস্ৰাধিক লোকে পঞ্জীয়ন কৰিছে। কিন্তু খুব কমসংখ্যক মানুহহে আজিৰ তাৰিখত সক্ৰিয়। ইয়াৰ মুখ্য কাৰণটো আপোনাৰ মতে কি?
  • আগ্ৰহৰ অভাৱ
  • অসমীয়া ৱিকিপিডিয়াত কাম কৰাৰ আঁৰত আপোনাক নিশ্চয়কৈ ভাষাপ্ৰেমেও বহুক্ষেত্ৰত পৰিচালিত কৰিছে। প্ৰশ্ন হৈছে, আপোনাৰ এই মাতৃভাষাপ্ৰীতিক কিহে পৰিচালিত কৰে? শৈশৱৰ, বিদ্যালয়ৰ কোনো প্ৰভাৱশালী স্মৃতি বা সাম্প্ৰতিক সমাজৰ এনে কোনো উদ্দীপক বা সংঘটনা?
  • পিছত লিখিম
  • আপুনি ৱিকিপিডিয়াৰ সন্মিলন/প্ৰীতিসভা আদিত যোগদান কৰিছেনে? সেই বিষয়ে কিছু কথা জনাব। আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'ব।
  • বৰ্তমানলৈকে নাইকৰা
  • অসমীয়া ৱিকিপিডিয়াৰ ভেটি সবল কৰিবলৈ আমি আৰু কি কি কাৰ্যপন্থা ল'ব পাৰোঁ? বা কি কি কাম কৰিলে ৱিকিপিডিয়াত সদস্যৰ সক্ৰিয়তা বৃদ্ধি কৰিব পৰা যাব?
  • পিছত লিখিম
  • এতিয়া দুটামান পোনপটীয়া প্ৰশ্নঃ
    • ৱিকিপিডিয়াৰ বাহিৰে আজৰি সময়ত কি কৰে?
    • ইউটিউবৰ বাবে ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু সুবিধা পালে শুবলৈ চেষ্টা কৰোঁ।
    • প্ৰিয় গ্ৰন্থ/প্ৰিয় গীত/প্ৰিয় চলচ্চিত্ৰ
    • বহুত আছে
    • প্ৰিয় উক্তি? নাইবা জীৱনত শুনা কোনো ব‌্যক্তিৰ এনে এষাৰ কথা-যিয়ে আপোনাক সদায়েই প্ৰভাৱিত কৰি আহিছে।
    • পিছত লিখিম
    • আপোনাৰ মতে, মানুহৰ জীৱনৰ উদ্দেশ্য কি হোৱা উচিত?
    • পিছত লিখিম
    • বৰ্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিত অসমীয়া মানুহৰ দুটা সময়োপযোগী কৰণীয় কি?
    • পিছত লিখিম
  • ৱিকিপিডিয়াৰ লগত সংযুক্ত হ'বলৈ আপুনি নতুন প্ৰজন্মক কেনেদৰে আহ্বান জনাব?
  • পিছত লিখিম