সদস্য:ৰঞ্জন ভূঞা/চেতন মন

মানুহৰ জাগ্ৰত অৱস্থাৰ সকলো কৰ্মকাণ্ড প্ৰতক্ষ্যভাৱে নিয়ন্ত্ৰতিত হয় চেতন মনৰ জৰিয়তে। চেতন মনে মস্তিষ্কক নিয়ন্ত্ৰণ কৰে। প্ৰসিদ্ধ মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনটোক তিনি ভাগত বিভক্ত কৰিছিল--

  1. চেতন মন (ইংৰাজী: Conscious mind)
  2. প্ৰাক-চেতন মন বা অৱচেতন মন (Sub-Conscious mind)
  3. অচেতন মন (unconscious) ।

ছিগমুণ্ড ফ্ৰয়েডৰ মতে মানুহৰ চেতন মনক বহুলাংশে নিয়ন্ত্ৰণ কৰে মানুহৰ অচেতন আৰু প্ৰাক-চেতন মনে। মনোবিজ্ঞানীসকলৰ মতে মনৰ মাত্ৰ ১০ শতাংশহে চেতন মনে অধিকাৰ কৰি থাকে বাকী ৯০ শতাংশই অধিকাৰ কৰি থাকে অৱচেতন আৰু অচেতন মনে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক