উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত হিন্দু সকলৰ মাজত প্ৰচলিত এবিধ্ সৰৃপ পূজা । হিন্দু পৌৰাণীক গ্ৰন্থ মতে মনসা হ'ল সৰৃপৰ দেৱী । সৰৃপদেৱী মনসাৰ মূৰৃত্তি সৰৃপৰ প্ৰতীক্ । প্ৰবাদ আছে, মনসাদেৱী কাশ্যপ্ মুনিৰ কন্যা । সেযেহে কাশ্যপ মুনিৰ নাম উচ্ছাৰণ কৰিলে সাপ আতৰি যায় বুলি এই পূজা পালন কৰা সকলৰ মাজত বিশ্বাস আছে । পদ্ম পুৰাণত মনসা দেৱী শিৱৰ শিষ্যা আৰৃ কৃষ্ণৰ ভক্তা বুলি কুৱা হৈছে । মনসা দেৱীক পদ্মা দেৱী নামেও জনা যায় ।