অনুকাহিনী কোনো সুদীৰ্ঘ ঘটনা বা কাহিনীৰ অন্তৰ্ভুক্ত চমু ঘটনা বা কাহিনী। সাধাৰণতে ই মূল ঘটনা হা কাহিনীৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে, কিন্তু কেতিয়াবা ইমূলৰপৰা শিথিল হৈ আঁতৰি যোৱাও দেখা যায়। অনুকাহিনী স্বয়ংসম্পূৰ্ণ কাহিনী নহয়; ই কাহিনীৰ মাজৰে কাহিনী। উদাহৰণস্বৰূপে শ্বেক্ছপীয়েৰৰ ‘The Mersent of Venice’ নাটকৰ আঙঠি সলোৱা কাহিনীটো (the ring episode) এটা অনুকাহিনী।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. প্ৰফুল্ল কটকী (২০০৯). অনুকাহিনী. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৭.