সদস্য:JBDVIJASDVI/বিভ্ৰাট (তৰ্কশাস্ত্ৰ)

বিভ্ৰাট(fallacy) হৈছে তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা । যুক্তি-বিভ্ৰাট দুই ধৰণে হব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি(informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।

বিযুক্তিসমূহ সম্পাদনা কৰক

  • উপস্থাপনৰ বিভ্ৰাট (Propositional fallacies)
  1. বিযোজন আধাৰিত (Affirming a disjunct)
  2. পৰিণাম সিদ্ধ যুক্তি (Affirming the consequent)
  3. অন্যথাৰ অস্বীকৃতি (Denying the antecedent)
  1. চিৰন্তন অস্তিত্বমানক বিভ্ৰাট (Existential fallacy)
  • সমত্বমানক বিভ্ৰাট (en:Formal syllogistic fallacies)
  • অনিশ্বয়তাৰ প্ৰত্যাহ্বান ( এইটোৱেই হ’ব লাগে কিয়নো এইটো হ’ব পাৰে যেন লাগে ) Appeal to probability
  • বিভ্ৰাট ভিত্তিক তৰ্ক Argument from fallacy
  • আধাৰ হাৰ সম্পৰ্কীয় বিভ্ৰাট Base rate fallacy
  • সংযুক্তিৰ ফলত সৃষ্ট বিভ্ৰাট Conjunction fallacy
  • মুখাধাৰী ব্যক্তি সম্পৰ্কীয় বিভ্ৰাট Masked man fallacy (illicit substitution of identicals)


অনুমানতান্ত্ৰিক বিভ্ৰাটসমূহ সম্পাদনা কৰক

Syllogistic fallacies

কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতা সম্পাদনা কৰক

অনাহক একাকাৰ সমূহ সম্পাদনা কৰক

চালে বেৰে কোবোৱা অপলাপসমূহ সম্পাদনা কৰক

আৰু পঢ়ক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক