সদস্য:KhiLanTzi/পৰীক্ষাগাৰ
লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল।[1] মুঠ ষাঠিটা লাক-নি মিলি এটা আৱৰ্তন পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়।[2] লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।[3]
টাই-আহোম সপ্তাহ সম্পাদনা কৰক
পৰম্পৰাগত টাই-আহোম লাক-নি প্ৰথাত এটা সপ্তাহত মুঠ দহটা বাৰ থাকে। অন্যহাতে প্ৰায়বোৰ দিনপঞ্জি ব্যৱস্থাত সাতটা বাৰ দেখা যায়। টাই-আহোম বাৰসমূহ তলত দিয়া হৈছে[3]:-
ক্ৰমিক | অসমীয়া লিপিত | টাই-আহোম লিপিত |
---|---|---|
১ | বান কাপ | 𑜈𑜃𑜫 𑜀𑜆𑜫 |
২ | বান দাপ | 𑜈𑜃𑜫 𑜓𑜆𑜫 |
৩ | বান ৰাই | 𑜈𑜃𑜫 𑜍𑜩 |
৪ | বান মু'ঙ | 𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫 |
৫ | বান প্লেক | 𑜈𑜃𑜫 𑜆𑜢𑜤𑜀 |
৬ | বান কাত | 𑜈𑜃𑜫 𑜀𑜄𑜫 |
৭ | বান খুত | 𑜈𑜃𑜫 𑜁𑜤𑜄𑜫 |
৮ | বান ৰুং | 𑜈𑜃𑜫 𑜍𑜤𑜂𑜫 |
৯ | বান তাউ | 𑜈𑜃𑜫 𑜄𑜰𑜫 |
১০ | বান কা | 𑜈𑜃𑜫 𑜀𑜡 |
ডু'ন সম্পাদনা কৰক
লাক-নি প্ৰথাত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।[4]টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।[5] এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।
ক্ৰমিক | অসমীয়া লিপিত | টাই-আহোম লিপিত | ইংৰাজী মাহ |
---|---|---|---|
১ | ডু'ন-চিঙ | 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫 | নৱেম্বৰ-ডিচেম্বৰ |
২ | ডু'ন-কাম | 𑜓𑜢𑜤𑜃𑜫 𑜀𑜪 | ডিচেম্বৰ-জানুৱাৰী |
৩ | ডু'ন-ছাম | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜪 | জানুৱাৰী-ফেব্ৰুৱাৰী |
৪ | ডু'ন-ছি | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢 | ফেব্ৰুৱাৰী-মাৰ্চ |
৫ | ডু'ন-হা | 𑜓𑜢𑜤𑜃𑜫 𑜑𑜡 | মাৰ্চ-এপ্ৰিল |
৬ | ডু'ন-ৰুক | 𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫 | এপ্ৰিল-মে' |
৭ | ডু'ন-চিত | 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫 | মে'-জুন |
৮ | ডু'ন-পেট | 𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫 | জুন-জুলাই |
৯ | ডু'ন-কাও | 𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫 | জুলাই-আগষ্ট |
১০ | ডু'ন-ছিপ | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 | আগষ্ট-ছেপ্টেম্বৰ |
১১ | ডু'ন-ছিপ-ইট | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫 | ছেপ্টেম্বৰ-অক্টোবৰ |
১২ | ডু'ন-ছিপ-ছং | 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁 | অক্টোবৰ-নবেম্বৰ |
তাও ছি ঙা সম্পাদনা কৰক
আহোম বৰ্ষপঞ্জীত তাও ছি ঙা হৈছে এটা ষাঠি বছৰীয়া আৱৰ্তন। এটা তাও ছি ঙাত মুঠ ৬০টা বছৰ বা লাক-নি থাকে।
ক্ৰমিক | অসমীয়া লিপিত | টাই-আহোম লিপিত |
---|---|---|
১ | কাপ তেও | |
২ | ডাপ প্লাও | |
৩ | ৰাই ঙী | |
৪ | মুঙ মাও | |
৫ | প্লেক ছী | |
৬ | কাট ছেও | |
৭ | খুট ছী ঙা | |
৮ | ৰুং মুট | |
৯ | টাও ছান | |
১০ | কা ৰাও | |
১১ | কাপ ম্যিত | |
১২ | দাপ কেও | |
১৩ | ৰাই তেও | |
১৪ | মু'ঙ প্লও | |
১৫ | প্লেক ঙি | |
১৬ | কাট মাও | |
১৭ | খুট চি | |
১৮ | ৰুঙ ছেও | |
১৯ | টাও চি ঙা | |
২০ | কা মুট | |
২১ | কাপ ছান | |
২২ | দ্যাপ ৰাও | |
২৩ | ৰ'ই মিত | |
২৪ | মূ'ঙ কেও | |
২৫ | প্লে'ক তেও | |
২৬ | কাট প্লাও | |
২৭ | খুট ঙি | |
২৮ | ৰুং মাও | |
২৯ | টাও চি | |
৩০ | ||
৩১ | ||
৩২ | ||
৩৩ | ||
৩৪ | ||
৩৫ | ||
৩৬ | ||
৩৭ | ||
৩৮ | ||
৩৯ | ||
৪০ | ||
৪১ | ||
৪২ | ||
৪৩ | ||
৪৪ | ||
৪৫ | ||
৪৬ | ||
৪৭ | ||
৪৮ | ||
৪৯ | ||
৫০ | ||
৫১ | ||
৫২ | ||
৫৩ | ||
৫৪ | ||
৫৫ | ||
৫৬ | ||
৫৭ | ||
৫৮ | ||
৫৯ | ||
৬০ |
লগতে চাওক সম্পাদনা কৰক
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ (Baruah 1930)
- ↑ Nussbaum, Louis-Frédéric (2005). "Jikkan-jūnishi". Japan Encyclopedia. Translated by Roth, Käthe. p. 420. ISBN 9780674017535
- ↑ 3.0 3.1 (Mohan Phukan 2016:84)
- ↑ (Phukan Baruah 1964:193)
- ↑ (Phukan Baruah 1964:193)
উৎস প্ৰসংগ সম্পাদনা কৰক
- Mohan Phukan, Medini Madhab Dulen (2016), Lao kham Tai Ngai Ngai A book of spoken Tai language, Northeast Tai Literary Association (Ban Oak Pup Lik Moung Tai)
- Morey, Stephen (2015), Metadata and endangered archives: lessons from the Ahom Manuscripts Project In: From Dust to Digital: Ten Years of the Endangered Archives Programme [online.], Open Book Publishers, ISBN 978-2-8218-7626-2, https://books.openedition.org/obp/2224?lang=en#text
- Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y.
- Baruah, GC (1930), Ahom-Buranji, https://books.google.co.in/books/about/Ahom_Buranji.html?id=LKScnQEACAAJ&redir_esc=y
[[শ্ৰেণী:টাই-আহোম]] [[শ্ৰেণী:বৰ্ষপঞ্জী]]