নীলাচল পাহাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ দাঁতিতে লাগি থকা গুৱাহাটীৰ পাহাৰসমূহৰ এখন উল্লেখযোগ্য পাহাৰ। এই পাহাৰতেই হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান কামাখ্যা মন্দিৰ আৰু ভূৱনেশ্বৰী মন্দিৰ অৱস্থিত। ইয়াৰ দাতিতে লাগি থকা অান এখন উল্লেখযোগ্য পাহাৰ হল উমাচল পাহাৰ