ই এবিধ বয়ণ আহিলা ।ভাৰতবৰ্ষৰ বিহাৰ,পশ্চিমবংগ আদিৰ দৰে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত তাঁত-শালৰ যোগেদি কাপোৰ বোৱা প্ৰথা প্ৰচলিত আছে ।তাঁত-শাল কাঠৰে তৈয়াৰী । সম্পূৰ্ণ বোৱা কামটোৰ বাবে মাকু,উঘা,চেৰেকী,নলী আদি কেইপদ মান সামগ্ৰীৰ প্ৰয়োজন ।


তাঁতশালত এগৰাকী গাভৰু বোৱনী