সহায়:অসমীয়াৰ বাবে আই.পি.এ.

তলৰ তালিকা কেইখনে আন্তঃৰাষ্ট্ৰীয় ধ্বনিমুলক বৰ্ণমালা (আইপিএ)ৰ দ্বাৰা কেনেদৰে অসমীয়া উচ্চাৰণ কৰা হয় তাক দেখুৱাইছে।

কিছু ক্ষেত্ৰত ইংৰাজী সমতুল্য সমূহ ঢিলা, আৰু উচ্চাৰণটোৰ কেৱল এটা সাধাৰণ ধাৰণাৰ বাবেহে উল্লেখ কৰা হৈছে।

ব্যঞ্জনবৰ্ণ
আই.পি.এ. অসমীয়া উদাহৰণ আনুমানিক ইংৰাজী সমতুল্য
b about
ভাষণ abhor
β ভ ৱ লা, সাধান
d দ ড ল, ডাঙৰ code
ধ ঢ ধুনীয়া, ঢো guardhouse
f ফ্লৰিদা free
ɡ agate
ɡʱ pigheaded
ɦ হ ঃ য়, হাঃ head
j য় ঞ য়েমেন, ম্যানমাৰ, জ্ঞাত young
k scan
খ ক্ষ ৰ, ক্ষেত্ৰ can
l leaf
m ৰম much
n ন ণ ঞ নাম, ৰ, পঞ্চ not
ŋ ঙ ং নাল, ৰং bring
p খিলা span
pan
ɸ জলফা
ɹ ৰ ড় , গাড়ী real
ɹɦ ঢ় বুঢ়া warhead (American English)
s চ ছ শ ষ স হৰ, ছাগলী, শ্ৰী, বিষ্ণু, স্বাধীন sue
ʃ শ্ব শ্বেইখ shop
t ত ট ৎ লা, কা, উসৱ stand
থ ঠ লুৱা, কা warthog
w ৱাশ্বিংটন wave
x স শ ষ হজ, শান্তি, ষাঁড় loch (Scottish English)
z জ য ঝ জিকিৰ, যি, ঝংকাৰ zero
স্বৰবৰ্ণ
আই.পি.এ. অসমীয়া উদাহৰণ আনুমানিক ইংৰাজী সমতুল্য
a আ, পা ম, পাৰ father
e এ’, পে’ মে’ hey
ɛ এ, পে খন, আপে bet
য় সদায় sky
i ই/ঈ, পি/পী টা, দ, বিশাল, ছোৱালী free
o অ’, প’ ন, ক old
ɔ অ, প সম, ভাৰত lot (RP/Australian)
u উ/ঊ, পু/পূ চিৎ, ষা, পুৰুষ, ভূত too
ʊ ও, পো পৰ, মো look
সন্ধ্যবৰ্ণ
ɔi/ɔɪ ঐ, পৈ ৰাৱত, হৈছে soil
ɔʊ/ɔu ঔ, পৌ ষধ, মৌ low