সাঁচ:অসমীয়া ৱিকিপিডিয়াৰ বিশেষ লিপ্যন্তৰ নীতি/দেখুৱাওক
এই প্ৰবন্ধ/ পৃষ্ঠাত ব্যৱহৃত লিপ্যন্তৰ নীতিৰ বাবে অধিক জানিবলৈ তলৰ দেখুৱাওক ক্লিক কৰক।
- সম্পাদনাৰ সুবিধা আৰু লিপ্যন্তৰ সৰল কৰিবলৈ অসমিয়া ৱিকিপিডিয়াত এক বিশেষ লিপ্যন্তৰ নীতিৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে। যি প্ৰবন্ধ/ পৃষ্ঠাসমূহত এই নীতিৰে লিপ্যন্তৰ কৰা হৈছে, সেই প্ৰবন্ধ/ পৃষ্ঠাসমূহত এই সাঁচ ব্যৱহাৰ কৰা হৈছে।
- তলত অসমীয়া ৱিকিপিডিয়া বিশেষ লিপ্যন্তৰ নীতিৰ সততে ব্যৱহৃত এক অংশ প্ৰদৰ্শিত কৰা হৈছে: (সম্পূৰ্ণ নীতি চাবলৈ ইয়াত ক্লিক কৰক।)
- ভাৰতীয় আৰ্য ভাষা সমূহৰ বাবে:
ভাৰতীয় আৰ্য ভাষাসমূহৰ বাবে উচ্চাৰণতকৈ সেই ভাষাত ব্যৱহৃত বানানত গুৰুত্ব দিয়া হৈছে (যেনে सब হয়গৈ সব, চাব নহয় আৰু ছাবো নহয়):
(তালিকা) - আন আন ভাষাসমূহৰ বাবে:
(তালিকা, উদ্দীপ চাৰৰখননে??)