সাঁচ:আজিৰ আপুনি জানেনে-১৪
- ...যে বৃহৎ হেড্ৰ'ন সংঘৰ্ষকৰ পৰিধি ২৭ কিলোমিটাৰ আৰু গভীৰতা ১৭৫ মিটাৰ?
- ...যে ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ প্ৰথমবাৰ দেখা গৈছিল?
- ...যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ দমনৰ ক্ষেত্ৰত আহোম ৰাজ্যৰ মণিপুৰী কুঁৱৰী কুৰংগনয়নীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল?
- ...যে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিক্সনেৰী মুঠ ১৭১ টা ভাষা আৰু সৰল ইংৰাজীত উপলব্ধ?
- ...যে ফ্ৰান্জ কাফ্কাৰ লেখাত বৰ্ণনা কৰাৰ দৰে অৱস্থা বুজাবলৈ Kafkaesque শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে?