অসমীয়া ৱিকিপিডিয়াৰ বহু সহায় আৰু তথ্য পৃষ্ঠা পুৰণি সম্পাদনা পদ্ধতিৰ বাবেহে প্ৰযোজ্য। নতুন ভিজুৱেল এডিটৰত ৱিকি চিহ্নসমূহ মনত ৰাখিব নালাগে আৰু পৃষ্ঠাটোত যিদৰে সমলখিনি দেখা পোৱা যায় তেনেভাগেই সম্পাদনা কৰিব পাৰি। কিন্তু এই নতুন পদ্ধতিটো ডিফল্ট পদ্ধতি নহয় আৰু সদস্য‌ই ইয়াক "পছন্দসমূহ"লৈ গৈহে সক্ৰিয় কৰি ল'ব লাগে। গতিকে পুৰণা সম্পাদনা পদ্ধতিৰ বাবে থকা সহায়/তথ্য পৃষ্ঠাৰ ওপৰত এই সাঁচটো ব্যৱহাৰ কৰিব পাৰি।

ব্যৱহাৰ সম্পাদনা কৰক

{{ভিজুৱেল এডিটৰ জাননী}} বুলি লিখি দিব লাগে।