ব্যৱহাৰ সম্পাদনা কৰক

আপুনি যদি প্ৰবন্ধ এটা আৰম্ভ কৰিছে আৰু সম্পাদনা দ্বন্দ্ব পৰিহাৰ কৰিব বিচাৰিছে বা প্ৰথম অৱস্থাত আনে হাত ফুৰোৱাতো বিচৰা নাই, তেন্তে পৃষ্ঠাখনৰ ওপৰত {{সম্পাদনা দ্বন্দ্ব}} / {{Edit conflict}} বুলি লিখি থওক। মন কৰিব যে দুসপ্তাহৰ ওপৰ সময় প্ৰবন্ধটোত কোনো সম্পাদনা নহ'লে এই জাননীখন আঁতৰাই দিয়া হ'ব। এই জাননী থকা প্ৰবন্ধবোৰ শ্ৰেণী:সক্ৰিয়ভাৱে সম্পাদনা কৰি থকা প্ৰবন্ধত পাব।