চিত্ৰ আপল’ড সম্পৰ্কীয় কিছু পৰামৰ্শ সম্পাদনা কৰক

ৱিকিপিডিয়াত চিত্ৰ আপল’ড কৰাৰ বাবে আপোনাকে ধন্যবাদ। এই বাৰ্তাটো কেৱল মাত্ৰ আপোনাৰ সহায় আৰু নীতি নিৰ্দেশনা অৱগত কৰিবৰ বাবেহে। চিত্ৰসমূহ অতি সাৱধানতাৰে আপল’ড কৰক। চিত্ৰ বা কোনো মিডিয়া আপল’ড কৰাৰ আগেয়ে এইটো নিশ্চিত হয় লওক যে, আপুনি ৱিকিপিডিয়াৰ চিত্ৰ ব্যৱহাৰৰ নীতিসমূহ ভালদৰে পঢ়ি লৈছে আৰু সেইসমূহ অনুসৰণ কৰিছে। অনুগ্ৰহ কৰি জানি থওক যে আপুনি যে চিত্ৰ বা মিডিয়াক ইন্টাৰনেটত পাইছে সেয়া বেছিভাগেই স্বত্ব সংৰক্ষিত বা কপিৰাইটযুক্ত আৰু সেইবোৰ ৱিকিপিডিয়াত আপল’ড কৰাৰ উপযুক্ত নহয়। তেনে কপিৰাইট সংৰক্ষিত চিত্ৰ বা ৱেবছাইটৰ পৰা পোৱা কপিৰাইটযুক্ত ছবি আপল’ড কৰাৰ পৰা বিৰত থাকক। আপুনি যি চিত্ৰ বা মিডিয়া আপলোড কৰিব বিচাৰিছে সেইয়া মুক্ত (Free) হয়নে? (যিবোৰ আপোনাৰ কেমেৰাৰে তোলা আৰু ৱিকিপিডিয়াত মুক্ত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বা ১০০ বছৰ আগৰ চিত্ৰ।) তেন্তে অনুগ্ৰহ কৰি সেয়া ৱিকিপিডিয়া কমন্সএকাউণ্ট সৃষ্টি কৰি অথবা প্ৰৱেশ কৰি চিত্ৰখনক তাতেই আপল’ড কৰাৰ বাবে চেষ্টা কৰক।

{{Information
|Description=
|Source=
|Date=
|Author=
|Permission=
|other_versions=
}}

ৱিকিপিডিয়াত চিত্ৰ আপল’ড কৰোতে উৎস আৰু সাৰাংশ তথা কপিৰাইট টেগ ড্ৰপ-ডাউন মেনুৰ পৰা উল্লেখ কৰিব লাগে হবে। যদি আপুনি আগেয়ে অন্যান্য ফাইল আপল’ড কৰিছে, তেন্তে সেয়া পৰীক্ষা কৰি বিবেচনা কৰক যে আপুনি সেইবোৰৰ উৎ‍স আৰু কপিৰাইট অনুজ্ঞাপত্ৰৰ সঠিক উল্লেখ কৰিছেনে নাই। আপুনি এই সংযোগটো অনুসৰণ কৰি আপোনাৰ আগৰ আপল’ড কৰা ফাইলসমূহ এখন তালিকা ৰূপে চাব পাৰিব। সেইসমূহ প্ৰয়োজন অনুসৰি ঠিক কৰক। সাৰাংশ বৰ্ণনা দিয়াৰ বাবে আপুনি কাষত দিয়া সাৰাংশ ফৰ্মখন প্ৰতিলিপি (Copy paste) কৰিলে আপল’ডৰ সাৰাংশ নক্সাটো লাভ কৰিব। ৱিকিপিডিয়াত বিভিন্ন ধৰনৰ সাৰাংশ ফৰ্ম আছে। এইখন এখন আদৰ্শ সাৰাংশ ফৰ্ম। আপুনি ফাইল আপল’ড কৰাৰ সময়ত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক য’ত...

  • Description ৰ কাষত ফাইলৰ যথাসম্ভৱ বিস্তাৰিত বৰ্ণনা লিখক
  • Source ৰ কাষত উৎস হিচাপে ৱেবছাইটৰ লিংক দিয়ক অথবা আপোনাৰ নিজৰ কাম হ’লে লিখক "নিজা কাম"
  • Date ৰ কাষত এই ফাইলৰ তৈয়াৰ কৰা তাৰিখ অথবা প্ৰকাশৰ তাৰিখ লিখক
  • Author ৰ কাষত ইয়াৰ সৃষ্টিকৰ্তাৰ নাম লিখক

উৎসবিহীন আৰু কপিৰাইটযুক্ত চিত্ৰসমূহক এক সপ্তাহৰ ভিতৰত (ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি) অনুসৰি বিলোপ কৰা হ’ব পাৰে। যদি চিত্ৰখন অ-মুক্ত অনুজ্ঞাপত্ৰৰ (সৌজন্যমূলক ব্যৱহাৰৰ) মাজত পৰে তেন্তে ৪৮ ঘন্টাৰ পাছত চিত্ৰখনক বিলোপ কৰা হ’ব পাৰে। যদি আপোনাৰ এই বিষয়ে আৰু কিবা প্ৰশ্ন আছে, অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ মিডিয়া কপিৰাইট প্ৰশ্ন পৃষ্ঠাত বা মোৰ আলোচনা পৃষ্ঠাত জনাওক। আপোনাক আকৌ কৃতজ্ঞতা জনাইছোঁ।

ব্যৱহাৰ সম্পাদনা কৰক

Notify the uploader with: {{subst:Uw-upload}} ~~~~ Usage:

{{subst:UploaderHints|}} ~~~~
{{subst:UploaderHints||{{{param1}}}}} ~~~~ references a specific {{{param1}}}
{{subst:UploaderHints||{{{param1}}}|Additional text}} ~~~~ adds text onto the end of the message instead of "Thank you"
  • This template conforms to guidelines organized by the user warnings project. Please discuss the general visual appearance of these templates (for example, the image in the top-left corner) on the user warning talk page.
  • Please refer to the index of message templates before using any template on user talk pages to warn a user. Applying the best template available for your purpose may help reduce confusion from the message you are sending.
  • Please remember to substitute the template using {{subst:UploaderHints}} rather than {{uploaderHints}}.
  • This template uses a parser function. To give greater detail to your message, you may add the article and some additional text to the end of the template.
  • Optionally, add |subst=subst: to the end of the template to reduce the code in the final output:
{{subst:UploaderHints|{{{param1}}}|Additional text|subst=subst:}}
Single-issue user warning or notice templates
Notices Warnings
{{uw-2redirect}}  · {{uw-aiv}}  · {{uw-articlesig}}  · {{uw-autobiography}}  · {{uw-badcat}}  · {{uw-badlistentry}}  · {{uw-bite}}  · {{uw-coi}}  · {{uw-copying}}  · {{uw-crystal}}  · {{uw-csd}}  · {{uw-c&pmove}}  · {{uw-dab}}  · {{uw-date}}  · {{uw-deadlink}}  · {{uw-draftfirst}}  · {{uw-editsummary}}  · {{uw-english}}  · {{uw-hangon}}  · {{uw-imageuse}}  · {{uw-italicize}}  · {{uw-lang}}  · {{uw-linking}}  · {{uw-minor}}  · {{uw-nonfree}}  · {{uw-notaiv}}  · {{uw-notenglish}}  · {{uw-notvote}}  · {{uw-preview}}  · {{uw-probation}}  · {{uw-promotionalarticle}}  · {{Uw-refimprove}}  · {{uw-removevandalism}}  · {{uw-repost}}  · {{uw-samename}}  · {{uw-sandbox}}  · {{uw-selfrevert}}  · {{uw-skype}}  · {{uw-socialnetwork}}  · {{uw-spoiler}}  · {{uw-subst}}  · {{uw-talkinarticle}}  · {{uw-tilde}}  · {{uw-toppost}}  · {{uw-uaa}}  · {{uw-uploadfirst}}  · {{uw-userspacenoindex}}  · {{uw-vgscope}}  · {{uw-warn}} {{uw-3rr}}  · {{uw-affiliate}}  · {{attack}}  · {{uw-attempt}}  · {{uw-bizlist}}  · {{uw-botusername}}  · {{uw-canvass}}  · {{uw-copyright}}  · {{uw-copyright-link}}  · {{uw-efsummary}}  · {{uw-hoax}}  · {{uw-legal}}  · {{uw-longterm}}  · {{uw-multipleIPs}}  · {{uw-pinfo}}  · {{uw-socksuspect}}  · {{uw-upv}}  · {{uw-username}}  · {{uw-coi-username}}  · {{uw-userpage}}  · {{uw-wrongsummary}}