সাঁচ বাৰ্তা:ভাৰতৰ শাস্ত্ৰীয় নৃত্য
ইয়াতো ৮ বিধ নৃত্যক শাস্ত্ৰীয় বুলি ধৰা হৈছে।কিন্তু ভাৰতৰ শাস্ত্ৰীয় নৃত্য প্ৰৱন্ধটোত পশ্চিম বংগৰ গৌড়ীয় নৃত্য শাস্ত্ৰীয় বুলি দেখুৱাইছে। কোনটো শুদ্ধ ।--দ্বিজেন মহন্ত (talk) 13:21, 17 মাৰ্চ 2012 (UTC)
- চাইছো| এই সম্পৰ্কে মই ভালকৈ নাজানো| আপুনি যদি ভালদৰে জানে আৰু ইংৰাজী প্ৰবন্ধটো বিশ্বাসযোগ্য যেন দেখিছে, তেন্তে ইয়াত শুদ্ধৰাই দিব পাৰে| বিষ্ণু শইকীয়া বাৰ্তা 13:21, 17 মাৰ্চ 2012 (UTC)
ভালকৈ বিচাৰি চাব লাগিব।মোৰ অলপ সন্দেহ হৈছে।'গৌড়ীয় নৃত্য' শাস্ত্ৰীয় নহয় যেন লাগিছে।মই চাইমেলি ঠিক কৰিম বাৰু।--দ্বিজেন মহন্ত (talk) 17:10, 17 মাৰ্চ 2012 (UTC)
সাঁচ:ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সাঁচ:ভাৰতৰ শাস্ত্ৰীয় নৃত্যক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।