সাবৰমতী আশ্ৰম
মহাত্মা গান্ধীৰ বাসগৃহ (১৯১৭-১৯৩০)
সাবৰমতী আশ্ৰম (ইংৰাজী: Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।
সাবৰমতী আশ্ৰম | |
---|---|
সাবৰমতী আশ্ৰম, আহমেদাবাদ | |
ভূ-স্থানাংক | 23°03′36″N 72°34′51″E / 23.06°N 72.58083°E |
নাম | |
অন্য নাম | সত্যাগ্ৰহ আশ্ৰম আৰু হৰিজন আশ্ৰম |
আনুস্থানিক নাম | সাবৰমতী আশ্ৰম |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | গুজৰাট |
স্থান | সাবৰমতী আশ্ৰম, আহমেদাবাদ |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৭ জুন ১৯১৭ |
স্থপতি | চাৰ্লচ কোৰিয়া |
ৱেবছাইট | www.gandhiashramsabarmati.org |
স্থিতি
সম্পাদনা কৰকআশ্ৰমখন গছৰ শীতল ছাঁত স্থিত। আশ্ৰমখনৰ এফালে কেন্দ্ৰীয় কাৰাগাৰ আৰু আনফালে শ্মশান আছে।
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
১৯৪৮ চনত সবৰমতী আশ্ৰম
-
আশ্ৰমত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি
-
মহাত্মা গান্ধীৰ ঘৰৰ পাছৰ দৃশ্য
-
গান্ধী সংগ্ৰহালয় (ভিতৰফালে)
-
গান্ধী সংগ্ৰহালয় (বাহিৰৰফালে)
-
মহাত্মা গান্ধীৰ ঘৰৰ সন্মুখৰ দৃশ্য
-
সবৰমতী আশ্ৰমত ৱাৰ্লি কলা
-
সবৰমতী আশ্ৰমত ৱাৰ্লি কলা
-
ঈশ্বৰেই সত্য
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত সাবৰমতী আশ্ৰম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- History of Satyagraha Ashram in Gujarati language - સત્યાગ્રહાશ્રમનો ઈતિહાસ By Mahatma Gandhi
- Gandhi Heritage Portal
- Sabarmati Ashram
- Sabarmati Ashram Virtal Tour
- Activities at Ashram
- Painting Gallery
- Sabarmati Ashram Museum
- Sabarmati Ashram History
- Sabarmati Ashram Trustees
- Sabarmati Ashram Institutions
- Sabarmati Ashram Observances