সুদক্ষিণা শৰ্মা
জন্ম ১৯৩৪ চনৰ ৮ আগষ্ট
সোণাৰি
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়
  • "'সুদক্ষিণা শৰ্মা"' (ইংৰাজী: Sudkshina Sharma) আছিল সঙ্গীত শিল্পী। [1]

জম্মসম্পাদনা কৰক

  • সুদক্ষিণা শৰ্মাৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৮ আগষ্টত। [2]

শিক্ষাসম্পাদনা কৰক

  • সুদক্ষিণা শৰ্মাই ১৯৪৯ চনত পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। [3]

কৰ্মজীৱনসম্পাদনা কৰক

  • তেখেতে কমলনাৰায়ণ চৌধুৰী, ভূপেন হাজৰিকা,আৰু দিলীপ শৰ্মা লগত বহুতো গীত গাইছিল। [4]
  • চল্লিশ আৰু পঞ্চাছৰ দশকত কলিকতা আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ তেওঁ প্ৰায় নিয়মীয়া শিল্পী আছিল।< ref>কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮</ref>
  • বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্যোগত ১৯৪৩ চনত সুদক্ষিণা শৰ্মাৰ প্ৰথম ৰেকৰ্ড প্ৰকাশ পাইছিল। [5]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮
  2. কথা বৰেণ্য, শোণিত বিজয় দাস,আৰু মুনীন বায়ন, পৃষ্ঠ নং ২৮৮
  3. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮
  4. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮
  5. কথা বৰেণ্য, শোণিত বিজয় দাস, আৰু মুনীন বায়ন,পৃষ্ঠা নং ২৮৮