সুবোধ মল্লবৰুৱা

অসমীয়া লেখক

সুবোধ মল্লবৰুৱা (ইংৰাজী: Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।[1]

সুবোধ মল্লবৰুৱা
জন্ম ১৯৬৩ চন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

  • সুবোধ মল্লবৰুৱাৰ জন্ম হয় ১৯৬৩ চনত।[1]

শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

  • ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত 'আজিৰ অসম' আৰু 'নতুন দৈনিক'ত উপ সম্পাদক হিচাপে কাম কৰে।
  • ১৯৯১ চনত অসমৰ পুৰণি আৰু সম্ভ্ৰান্ত কাকত 'দৈনিক অসম'ত যোগ দিয়ে। বৰ্তমান এই কাকতত 'চিফ অৱ নিউজ ব্যুৰ' হিচাপে কৰ্মৰত।[1]

গ্ৰন্থৰাজি সম্পাদনা কৰক

  • এথেন্সৰ পৰা শ্বিলঙলৈ।
  • ৱান ম'ৰ ছিক্স।
  • বিখ্যাত ফুটবলাৰৰ ল'ৰালিকাল।
  • জীৱন যৌৱন ক্ৰীড়াংগন।
  • অসম ফুটবলৰ বৰ্ণিল যাত্ৰা।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 সুবোধ মল্লবৰুৱাৰ চমু পৰিচয়. প্ৰকাশক বামুণীমৈদাম, গুৱাহাটী - ২১: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. ২০১৭. পৃষ্ঠা. ৭৪-৭৫.