স্বামী ৰামতীৰ্থ
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
স্বামী ৰামতীৰ্থ (ইংৰাজী: Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।[1]
স্বামী ৰামতীৰ্থ | |
---|---|
জন্ম | ১৮৭৩ চন পাকিস্তান ৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। |
মৃত্যু | ১৯০৬ চন তেহৰি |
ৰাষ্ট্ৰীয়তা | হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকস্বামী ৰামতীৰ্থ ৰ জন্ম হৈছিল এটা পাঞ্জাৱী ব্ৰাহ্মণ পৰিয়ালত ১৮৭৩ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তানৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। তেখেতৰ জন্মৰ কেইবছৰমান পিছতেই মাকৰ মৃত্যু হৈছিল।আৰু তেওঁক তেওঁৰ ডাঙৰ ভায়েক গোছেইনে ডাঙৰ দীঘল কৰিছিল।[2]
কৰ্মজীৱন
সম্পাদনা কৰকস্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত লাহোৰ চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হৈছিল। তেখেত আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।[3]
মৃত্যু
সম্পাদনা কৰক১৯০৬ চনৰ ১৭ অক্টোবৰ তাৰিখে ৩২ বছৰ বয়সত তেহৰি ত তেখেতে মৃত্যুবৰণ কৰে।[4]