সৰ্বোত্তম যুদ্ধ সেৱা পদক

সৰ্বোত্তম যুদ্ধ সেৱা পদক (Ultimate War Service Medal) হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ যুদ্ধকালীন বিশিষ্ট সেৱাৰ পদক। ‌ যুদ্ধ, সংঘাত বা শত্ৰুতাৰ সময়ত কৰা পাৰদৰ্শিতা তথা বীৰত্ত্বৰ বাবে এই সৰ্বোচ্চ বিশিষ্ট বঁটাটো প্ৰদান কৰা হয়।। এই বঁটাটো যুদ্ধকালীন পৰম বিশিষ্ট সেৱা পদকৰ সমতুল্য, যিটো ভাৰতৰ শান্তিৰ সময়ত সৰ্বোচ্চ বিশিষ্ট সেৱাত সন্মান। সৰ্বোত্তম যুদ্ধ সেৱা পদক সেনা, নৌ সেনা আৰু বায়ু সেনাৰ সকলো পদবীক প্ৰদান কৰিব পাৰি, যাৰ ভিতৰত আছে টেৰিটৰিয়েল আৰ্মি ইউনিট, অক্সিলিয়াৰী আৰু ৰিজাৰ্ভ বাহিনী আৰু অন্যান্য আইনীভাৱে গঠিত সশস্ত্ৰ বাহিনী। সৰ্বোত্তম যুদ্ধ সেৱা পদক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয়।

Sarvottam Yudh Seva Medal
Sarvottam-yudh-seva-medal

সৰ্বোত্তম যুদ্ধ সেৱা পদক ইতিহাসত মাত্ৰ তিনিবাৰ প্ৰদান কৰা হৈছে । তেওঁলোক হ'ল শ্ৰীলংকাভাৰতীয় শান্তিৰক্ষী বাহিনীৰ (আই পি কে এফ) সামগ্ৰিক কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল হিচাপে কাম কৰা এ.এছ. কালকাট,ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰৰ এয়াৰ মাৰ্শ্বেল বিনোদ পাটানী আৰু লেফটেনেণ্ট জেনেৰেল এইচ এম খান্না কাৰ্গিল যুদ্ধৰ সময়ত উত্তৰ সেনাৰ কমাণ্ডাৰ আছিল।

No. Rank Name Branch Conflict Date of Award References
1 Lieutenant General অমৰজিৎ সিং কালকট AVSM VSM  ভাৰতীয় সেনা অপাৰেশ্যন পৱন 26 January 1989 [1][2]
2 এয়াৰ মাৰ্শ্বেল বিনোদ পাটানীPVSM AVSM VrC  Indian Air Force কাৰ্গিল যুদ্ধ ১৫ আগষ্ট ১৯৯৯ [3][4]
3 লেফটেনেন্ট জেনেৰেল হৰি মোহন খান্না PVSM AVSM  ভাৰতীয় সেনা কাৰ্গিল যুদ্ধ ২৬ জানুৱাৰী ২০০০ [5][6][2]

তথ্যৰ উৎস

সম্পাদনা কৰক