হলায়ুধ

ভাৰতীয় গণিতজ্ঞ

হলায়ুধ মৃতসঞ্জীৱনী নামৰ পিংগলাৰ ছন্দঃশাস্ত্ৰৰ টীকাৰচনা কৰিছিল৷

হলায়ুধ
জন্ম দশম শতিকা
মূল আসক্তি সংস্কৃত গণিতজ্ঞ
মূল কামসমূহ মৃতসঞ্জীৱনী আৰু হলায়ুধ ত্ৰিকোণা

জীৱনী সম্পাদনা কৰক

হলায়ুধে প্ৰথমে ৰাষ্ট্ৰকুটৰ ৰাজধানী মন্যাখেটাত বাস কৰিছিল, য'ত তেওঁ সম্ৰাট তৃতীয় কৃষ্ণৰ পৃষ্ঠপোষকতাত লিখা কাম কৰিছিল। তেওঁৰ কবি-ৰহস্যক তৃতীয় কৃষ্ণই প্ৰশংসা কৰিছে। পিছলৈ তেওঁ পৰমৰা ৰাজ্যৰ উজ্জয়িনলৈ গুচি যায়। তাত তেওঁ পৰমৰ ৰজা মুঞ্জাৰ সন্মানত মৃত-সঞ্জীৱনী গ্ৰন্থ ৰচনা কৰে।[1]

কৰ্ম সম্পাদনা কৰক

হলায়ুধই তলত দিয়া গ্ৰন্থসমূহ ৰচনা কৰিছিল:[1]

  • কবি-ৰহস্য, কবিতাৰ গ্ৰন্থ
  • মৃত-সঞ্জীৱনী, পিংগলাৰ ছন্দঃশাস্ত্ৰৰ টীকা
  • অভিধান-ৰত্ন-মালা, অভিধান
  • হলায়ুধ কোষ, অভিধান

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Ganga Prasad Yadava 1982, পৃষ্ঠা. 228.