হলায়ুধ
ভাৰতীয় গণিতজ্ঞ
হলায়ুধ মৃতসঞ্জীৱনী নামৰ পিংগলাৰ ছন্দঃশাস্ত্ৰৰ টীকাৰচনা কৰিছিল৷
জন্ম | দশম শতিকা |
---|---|
মূল আসক্তি | সংস্কৃত গণিতজ্ঞ |
মূল কামসমূহ | মৃতসঞ্জীৱনী আৰু হলায়ুধ ত্ৰিকোণা |
জীৱনী
সম্পাদনা কৰকহলায়ুধে প্ৰথমে ৰাষ্ট্ৰকুটৰ ৰাজধানী মন্যাখেটাত বাস কৰিছিল, য'ত তেওঁ সম্ৰাট তৃতীয় কৃষ্ণৰ পৃষ্ঠপোষকতাত লিখা কাম কৰিছিল। তেওঁৰ কবি-ৰহস্যক তৃতীয় কৃষ্ণই প্ৰশংসা কৰিছে। পিছলৈ তেওঁ পৰমৰা ৰাজ্যৰ উজ্জয়িনলৈ গুচি যায়। তাত তেওঁ পৰমৰ ৰজা মুঞ্জাৰ সন্মানত মৃত-সঞ্জীৱনী গ্ৰন্থ ৰচনা কৰে।[1]
কৰ্ম
সম্পাদনা কৰকহলায়ুধই তলত দিয়া গ্ৰন্থসমূহ ৰচনা কৰিছিল:[1]
- কবি-ৰহস্য, কবিতাৰ গ্ৰন্থ
- মৃত-সঞ্জীৱনী, পিংগলাৰ ছন্দঃশাস্ত্ৰৰ টীকা
- অভিধান-ৰত্ন-মালা, অভিধান
- হলায়ুধ কোষ, অভিধান
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Ganga Prasad Yadava 1982, পৃষ্ঠা. 228.