হাছিবুল ইছলাম মিজান (১৯৫৭ – ১৮ এপ্ৰিল ২০১৯) বাংলাদেশৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। তেঁও অনেক বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।

হাছিবুল ইছলাম মিজান
জন্ম ১৯৫৭
মৃত্যু ১৮ এপ্ৰিল ২০১৯
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা চলচ্চিত্ৰ পৰিচালক

জীৱনী সম্পাদনা কৰক

হাছিবুল ইছলাম মিজানৰ ১৯৫৭ চনত জন্ম হৈছিল।[1] তেখেতেৰ প্ৰথমটো চলচ্চিত্ৰ আছিল প্ৰেমেৰ কসম[2] তেখেতেৰ সৰ্বশেষ চলচ্চিত্ৰ আছিল তুমি আছো হৃদয়ে[1] ২০১৯ চনৰ ১৮ এপ্ৰিলত ৬২ বয়সত তেখেতৰ মৃত্যু হয়।[3][4][5]

নিৰ্বাচিত চলচ্চিত্ৰ তালিকা সম্পাদনা কৰক

  • প্ৰেমেৰ কসম[2]
  • আমাৰ স্বপ্ন তুমি[6]
  • জন্ম[3]
  • কপাল[6]
  • তুমি আছো হৃদয়ে[1]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "চলচ্চিত্ৰ নিৰ্মাতা হাসিবুল ইসলাম আৰ নেই". Kaler Kantho. 19 April 2019. https://www.kalerkantho.com/online/entertainment/2019/04/19/760333। আহৰণ কৰা হৈছে: 24 October 2019. 
  2. 2.0 2.1 "চলচ্চিত্ৰ নিৰ্মাতা হাসিবুল ইসলাম মিজান আৰ নেই". Ekushey Television. 19 April 2019. https://www.ekushey-tv.com/চলচ্চিত্ৰ-নিৰ্মাতা-হাসিবুল-ইসলাম-মিজান-আৰ-নেই/67396। আহৰণ কৰা হৈছে: 24 October 2019. 
  3. 3.0 3.1 "চলচ্চিত্ৰ পৰিচালক হাসিবুল ইসলাম আৰ নেই". Somoy TV. Archived from the original on 24 October 2019. https://web.archive.org/web/20191024122459/http://www.m.somoynews.tv/pages/details/154997। আহৰণ কৰা হৈছে: 24 October 2019. 
  4. "চিত্ৰপৰিচালক হাসিবুল ইসলাম মিজানেৰ ইন্তেকাল". Inqilab. 19 April 2019. https://m.dailyinqilab.com/article/200773/চিত্ৰপৰিচালক-হাসিবুল-ইসলাম-মিজানেৰ-ইন্তেকাল। আহৰণ কৰা হৈছে: 24 October 2019. 
  5. "Filmmaker Hasibul Islam Mizan no more". Daily Observer. 20 April 2019. Archived from the original on 16 December 2022. https://web.archive.org/web/20221216154604/https://www.observerbd.com/details.php?id=194031। আহৰণ কৰা হৈছে: 24 October 2019. 
  6. 6.0 6.1 "‘আমাৰ স্বপ্ন তুমি’ ছবিৰ নিৰ্মাতা মিজান আৰ নেই". Channel i. 18 April 2019. https://www.channelionline.com/আমাৰ-স্বপ্ন-তুমি-ছবিৰ-নিৰ/। আহৰণ কৰা হৈছে: 24 October 2019.