হাপি হৈছে প্ৰাচীন মিচৰীয় ধৰ্মত নীল নদীৰ বাৰ্ষিক বানপানীৰ দেৱতা। বানপানীৰ ফলত নদীখনৰ পাৰত পলসুৱা মাটি জমা হৈছিল আৰু ইয়াৰ ফলত মিচৰীয়সকলে কৃষিকাৰ্ষ কৰিব পাৰিছিল।[1] হাপি মিচৰীয় লোকসকলৰ মাজত জনপ্ৰিয় আছিল। হাপিৰ উপাধিসমূহৰ ভিতৰত "মৎস্য আৰু জলাশয়ৰ পক্ষীৰ প্ৰভু" আৰু "গছ-বনানি অনা নদীখনৰ প্ৰভু।" হাপিক সাধাৰণতে উভয়লিংগধাৰী হিচাপে চিত্ৰিত কৰা হয়। তেওঁৰ উদৰ অঞ্চল বৃহৎ আৰু স্তন তললৈ হালি পৰা। তেওঁ কঁকালত বস্ত্ৰ আৰু নকল দাড়ি পৰিধাণ কৰে।[2]

হাপি

হাপিৰ চিত্ৰ
মিছৰীয় চিত্ৰলিপিৰ মতে
Ha
p y
N36
মুখ্য উপাসনাস্থল এলিফেণ্টাইন
প্ৰতীক পদুম ফুলৰ গছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Wilkinson, p.106
  2. Wilkinson, p.107