হিজামা (আৰবী: حجامة অৰ্থঃ "শোষণ")‎‏ হ'ল শিঙ লগোৱা নামৰ প্ৰচলিত চিকিৎসাৰ আৰবী নামকৰণ। মূৰৰ বিষ, শৰীৰৰ কোনো বিষৰ অসুস্থতা নিৰাময়ৰ বাবে এই চিকিৎসা প্ৰয়োগ কৰা হয়। হাদিছত এই চিকিৎসা পদ্ধতিক প্ৰশংসা কৰা হৈছে। [1]

হিজামা চিকিৎসা

পদ্ধতি সম্পাদনা কৰক

হাদিছত উল্লেখ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Al Jauziyah & Abdullah, 2003